নামৰূপ ৰিপ্লেচমেণ্ট থাৰ্মেল পাৱাৰ প্লাণ্ট আৰু অসম পেট্ৰ’কেমিকেলছ্ লিমিটেডৰ মিথানল আৰু ফর্মেলহাইড প্ৰকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Thermal power replacement project facing uncertainty
■ মে’ মাহৰ শেষৰ পিনে ৰাইজৰ সেৱাত উৎসৰ্গিত হ’ব নামৰূপ ৰিপ্লেচমেণ্ট থাৰ্মেল পাৱাৰ প্লাণ্ট। এই প্ৰকল্পৰ সেৱা আৰম্ভ হ’লে নামৰূপ তাপবিদ্যুৎ প্ৰকল্পৰ উৎপাদন ক্ষমতা ১২৭ মেগৱাটলৈকে বৃদ্ধি হ’ব।
■ প্রকল্পটোৰ ৰূপায়ণৰ দায়িত্বত থকা ভাৰত হেভি ইলেক্ট্ৰিকেল লিমিটেডক এই সম্পৰ্কত নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।
■ এই বছৰৰ ডিচেম্বৰ মাহৰ ভিতৰতে মুকলি হ’ব অসম পেট্ৰ’কেমিকেলছ্ লিমিটেডৰ ৫০০ টিপিডি শক্তিসম্পন্ন মিথানল আৰু ২০০ টিপিডি শক্তিসম্পন্ন ফর্মেলহাইড প্ৰকল্প।
■ পৰ্যালোচনামূলক বৈঠকত এই প্ৰকল্পৰ দ্বিতীয় গোটৰ পুনৰোজ্জীৱিতকৰণ আৰু তৃতীয় গোটৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে কেমিকেল এণ্ড ফাৰ্টিলাইজাৰ মন্ত্ৰালয়ে প্ৰয়োজনীয় পদক্ষেপ লৈ আছে বুলি মুখ্যমন্ত্ৰীক অৱগত ব্রহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্প’ৰেচন লিমিটেডৰ বিষয়াবৰ্গৰ।
Exit mobile version