বুধবাৰে গুৱাহাটী প্রেছ ক্লাবৰ উদ্যোগত ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডে মুঠ ৩৫টা সংবাদ প্রতিষ্ঠানলৈ “ইনফ্রাৰেড থার্মেল স্কেনাৰ’ প্ৰদান কৰে | গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথৰ সঞ্চালনাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ইণ্ডিয়ান অইল কর্প’ৰেচন লিমিটেডৰ মহাপ্রবন্ধক পি কে কাকতি,মুখ্য প্রবন্ধক আৰ কে দেউৰী, প্রবন্ধক ভাস্কর্য প্রতীক বৈশ্য, সহযোগী প্রবন্ধক শেখৰজ্যোতি দত্ত আদিয়ে এই সামগ্ৰী বিতৰণ কৰে| মহাপ্রবন্ধক কাকতিয়ে সাংবাদিকসকলক সম্বোধন কৰি কয় যে এই মহা সংকটৰ সময়ত কৰ’না ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ ক্ষেত্রত বিশেষ গুৰুত্বপূর্ণ এই থার্মেল স্কেনাই সংবাদ কর্মীসকলৰ স্বাস্থ্য পৰীক্ষাত সহায় কৰিব ৷
ৰাজ্যৰ ৩৫টা সংবাদ প্রতিষ্ঠানলৈ ‘ ইনফ্রাৰেড থার্মেল স্কেনাৰ’ প্ৰদান ইণ্ডিয়ান অইলৰ
-
By publisher

- Categories: City, COVID-19, News
- Tags: ASSAM CORONA VIRUSCorona VirusCovid-19INDIA CORONA VIRUS
Related Content
নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
By
publisher
April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
By
publisher
April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
By
publisher
April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026