বিশ্বজুৰি মানৱ সভ্যতাক কম্পিত কৰি তোলা ক’ভিড -১৯ ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৪০ হেজাৰ অতিক্ৰম কৰিলে| শনিবাৰ পৰ্যন্ত ভাৰতত কৰ’নাত আক্ৰান্তৰ সংখ্যা আছিল ৩৯ হেজাৰ ৩১১ জন আৰু ইয়াৰ বিপৰীতে সমগ্ৰ বিশ্বত কৰ’নাত আক্ৰান্তৰ সংখ্যা আছিল ৩৪ লাখ ৪২ হেজাৰ ৬৪১ জন | উল্লেখ্য যে ভাৰতত আক্ৰান্ত এই ৰোগীসকলৰ মাজত ইতিমধ্যে ১০ হেজাৰ ৭৩১ জন সুস্থ হৈ উঠাৰ বিপৰীতে ১৩১৯ জন মৃত্যু হৈছে | ইফালে, কৰ’না প্ৰাদুৰ্ভাৱ প্ৰতিহত কৰিবলৈ দেশত তলাবন্ধ অব্যাহত থকাৰ সময়ত দ্ৰুতহাৰত সংক্ৰমণ বৃদ্ধি পাই আহিছে | যাৰ ফলত দেওবাৰে সংক্ৰমণৰ সংখ্যা ৪০ হেজাৰলৈ অতিক্ৰম কৰিলে |
দেশত ক’ভিড -১৯ আক্ৰান্তৰ সংখ্যা ৪০ হেজাৰ অতিক্ৰম
-
By publisher

- Categories: COVID-19, News
- Tags: CORONAVIRUSCovid-19FIGHT AGAINST COVID-19INDIA FIGHTS COVID-19
Related Content
আকস্মিক জটিল সংকট!
By
publisher
March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
By
publisher
March 11, 2026
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026