Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

সাৱধানঃ দুৰ্বল খাদ্যও হ’ব পাৰে কৰ’না ভাইৰাছৰ ঘাতক

publisher by publisher
May 4, 2020
in COVID-19, News
Reading Time: 1 min read
0
সাৱধানঃ দুৰ্বল খাদ্যও হ’ব পাৰে কৰ’না ভাইৰাছৰ ঘাতক
1
SHARES
14
VIEWS
ShareShareShareShare

ক’ভিড ১৯ ৰ সংক্ৰমিত ৰোগীৰ মৃত্যুৰ স’তে জড়িত হৈ আছে খাদ্য৷দুৰ্বল খাদ্য ক’ভিড ১৯ ৰ মৃত্যুৰ এক বৃহৎ কাৰণ বুলি মত প্ৰকাশ কৰিছে ভাৰতীয়মূলৰ বিট্টেইনস্থ আগশাৰীৰ হৃদৰোগ বিশেষজ্ঞ ডা° অসীম মালহোত্ৰাই ৷ তেওঁ কয় যে ভাৰতীয়সকলে মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ জৰুৰীকালীনভাৱে অতিকৈ প্ৰচেছড”খাদ্য গ্ৰহণৰ অভ্যাস পৰিহাৰ কৰিব লাগে। ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা(এন এইছ এছ)ৰ বিশিষ্ট চিকিৎসক তথা বিশেষজ্ঞ মালহোত্ৰাই কয় যে অতিৰিক্ত ওজন হ্ৰাস কৰাটো সমানেই জৰুৰী । মেদবহুলতা আৰু অতিৰিক্ত ওজন হৈছে কৰ’না ভাইৰাছৰ মৃত্যুৰ অন্যতম কাৰণ। ডা° মালহোত্ৰাই কয় যে”ভাৰতৰ ক্ষেত্ৰত বিশেষ বিপদ আছে । কিয়নো ভাৰতত  জীৱনশৈলীৰ স’তে সম্পৰ্কিত বহু ৰোগীৰ সংখ্যা অতি উচ্চহাৰ ৷”

ADVERTISEMENT

RelatedPosts

২০২০ত ৰুজু ১৬টা গোচৰ খাৰিজ অসমকো জোঁকাৰি গৈছিল

বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

দেশত বৃদ্ধি পাইছে ক’ভিডৰ উদ্বেগ !

জীৱনশৈলীৰ সালসলনিৰ জৰিয়তে কৰ’না প্ৰতিৰোধৰ বাবে সচেতনতা সৃষ্টিৰ অভিযানত ব্ৰতী চিকিৎসকজনে কয়”বিশেষকৈ দ্বিতীয় পৰ্যায়ৰ ডায়বেটিছ,উচ্চ ৰক্ত চাপ আৰু হৃদ ৰোগ হৈছে ক’ভিড ১৯ ৰ মৃত্যুৰ তিনিটা কাৰণ। শৰীৰত থকা অতিৰিক্ত চৰ্বিৰ কাৰণে এনে ৰোগ মূলতঃহয় ।মনকৰিবলগীয়া যে আমেৰিকা আৰু ব্ৰিটেইনৰ দৰে দেশত ক’ভিড১৯ৰ ফলত বিশ্বৰ ভিতৰতে বৃহৎসংখ্যক লোকৰ মৃত্যু হৈছে। ইয়াৰ স’তে অস্বাস্থ্যকৰ জীৱনশৈলীৰ সম্পৰ্ক আছে ৷ ডা° মালহোত্ৰাই কয়” আমেৰিকা আৰু ব্ৰিটেইনৰ ৬০ শতাংশ প্ৰাপ্ত বয়স্ক লোক মেদবহুলতা অথবা অতিৰিক্ত ওজনধাৰী। অধিকাংশ পশ্চিমীয়া দেশৰ জনসাধাৰণৰ স্বাস্থ্যৰ অৱস্থা ভয়ংকৰ হৈ উঠিছে ৷ইফালে নেছা”নামৰ বিজ্ঞান জাৰ্ণেলত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে ডায়বেটিছ,উচ্চ ৰক্ত চাপ আদিৰ দৰে ৰোগত ভোগাসকলৰ সুস্বাস্থ্যবান লোক এজনতকৈ ক’ভিড ১৯ ত মৃত্যুৰ আশংকা ১০ গুণ অধিক ৷ডা° মালহোত্ৰাই লগতে কয়”দ্বিতীয় পৰ্যায়ৰ ডায়েবেটিছৰ বাবে ব্যৱহৃত দৰব আদিয়ে মৃত্যুৰ আশংকা ৰোধ তথা আয়ুস বৃদ্ধিৰ ক্ষেত্ৰত অতি সামান্যভাবেহে ফলদায়ক। অধিকাংশ লোকৰ এই বিষয়ে জ্ঞাত নহয়। এনে দৰবৰ পাৰ্শ্বক্ৰিয়া আছে ৷ইয়াৰ অৰ্থ এইটো নহয় যে দৰব খোৱাতো বন্ধ কৰিব লাগে। কিন্তু জীৱনশৈলীৰ পৰিৱৰ্তনে স্বাস্থ্যৰ ক্ষেত্ৰত অধিক সুপ্ৰভাৱ পেলাব পাৰে।

আনহাতে ডা° মালহোত্ৰাই কয় প্ৰচেছড খাদ্য গ্ৰহণ কৰটো বন্ধ কৰিব লাগে। কিয়নো এনে খাদ্যত অতিৰিক্ত তেল,চেনি আদি থাকে ৷গতিকে ঘৰুৱাভাৱে প্ৰস্তুত কৰা খাদ্য খোৱাটোৱে উত্তম ।ভাৰতীয় খাদ্য তালিকাত আমি অতি উচ্চ পৰিমাণৰ পৰিশোধিত কাৰ্ব’হাইড্ৰেড থকা খাদ্য গ্ৰহণ কৰো। এইবোৰো অনিষ্টকাৰী ।এই ক্ষেত্ৰত তেওঁ আটা,ময়দা আদিৰে তৈয়াৰী খাদ্য অধিকভাৱে গ্ৰহণ কৰিবলৈ কয় । এই সমূহৰ বিকল্প ৰূপে ফলমূল খাবলৈ কয়। কণী মাছ- মাংস আদি প্ৰচুৰ পৰিমাণে খাব পাৰি ৷শেহতীয়া তথ্য অনুসৰি ব্ৰিটেইনত কৰ’না ভাইৰাছত ফলত অধিক বিপদৰ সন্মুখীন হৈছে কৃষ্ণাংগ,এছীয় আৰু সংখ্যা লঘূ লোকসকল।ইয়াৰ স’তেও পৰম্পৰাগত,সাংস্কৃতিক আৰু জীৱনশৈলীৰ সম্পৰ্ক আছে। দক্ষিণ এছীয় লোকসকলৰ মাজত উচ্চহাৰত ডায়বেটিছ,উচ্চ ৰক্তচাপ,হৃদৰোগ আদিৰ প্ৰাবল্য দেখিবলৈ পোৱা যায় । সেয়েহে ভাৰতীয়সকল খাদ্য তালিকাৰ ক্ষেত্ৰত অধিক সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি তেওঁ মত ব্যক্ত কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: covid19Dr Aseem MalhotraFIGHT AGAINST COVID-19INDIA FIGHTS CORONA
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d