- মহানগৰীৰ সকলো ব্যৱসায়িক সন্থাৰ লগত বহা বৈঠকৰ পাছতে সংবাদমেল |
- তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ সময়চোৱাত মহানগৰীত একেলগে থকা দোকানসমূহ দুখন এৰি এখন খোলিব পাৰিব |
- দেওবাৰে বন্ধ থাকিব সকলো ব্যৱসায়-প্ৰতিষ্ঠান।
- মাৰ্কেট কমপ্লেক্স নাইবা মল সম্পূৰ্ণ বন্ধ |
- মাৰ্কেট কমপ্লেক্স নাইবা মলসমূহৰ বিল্ডিং ত থকা সকলো কাৰ্যালয় বা অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকিব |
- প্ৰত্যেকখন দোকান সপ্তাহত দুদিন খোলিব পাৰি |
- দোকানসমূহ থকা নিদিষ্ট বিল্ডিংৰ মালিকে এই নিয়ম পৰিচালন কৰিব লাগিব |
- উলংঘা হ’লে বিল্ডিংৰ মালিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব |
- মহানগৰীত থকা ১২০০ হলচেলাৰ দোকান দৈনিক ৪০০ খন খোলিব পাৰিব |
- ৬০ হেজাৰ ৰিটেলাৰ দোকান এক তৃতীয়াংশ খোলা হব |
- ভাড়াতীয়া মালিকসকলক এইসময়চোৱাত দোকানৰ ভাড়া ৰেহাই দিবলৈ আহ্বান |
- অনলাইন ব্যৱসায় কৰিব পাৰিব | হোম ডেলিভাৰ কৰিলে ৰেষ্টোৰা,চাহ দোকান, আইচক্ৰীম পাৰ্লা খুলিব পাৰিব |
- হাট-বজাৰ সম্পূৰ্ণ বন্ধ |
ADVERTISEMENT