Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

    পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

    Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

তলাবন্ধই অমানিশা কঢ়িয়াই আনিলে প্ৰদীপ- প্ৰণৱ-নৱ-জয়ন্তসহ ৫০ টা পৰিয়াললৈ

publisher by publisher
May 6, 2020
in COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধই অমানিশা কঢ়িয়াই আনিলে প্ৰদীপ- প্ৰণৱ-নৱ-জয়ন্তসহ ৫০ টা পৰিয়াললৈ
1
SHARES
8
VIEWS
ShareShareShareShare

অপ্ৰতিৰোধ্য ক’ভিড-১৯ জীৱাণুৱ্ কম্পিত কৰি তুলিছে সমগ্ৰ বিশ্ব | ভাৰতবৰ্ষও ইয়াৰ ব্যতিক্ৰম নহয় | ইতিমধ্যে এই বীজাণুত আক্ৰান্ত হৈছে ৪০ হেজাৰৰো অধিক | মানৱ সভ্যতাক সংকটজনক পৰিস্থিতিলৈ ঠেলি দিয়া এই মাৰাত্মক ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ দেশজুৰি বলৱৎ কৰা হৈছে তলাবন্ধ | দেশত যোৱা ২৪ মাৰ্চৰ পৰা একাধাৰে বলৱৎ এই তলাবন্ধই প্ৰায় ৪৪ টা দিন অতিক্ৰম কৰে যদিও যোৱা চাৰি মে’ৰ পৰা কিছু শিথিলতাৰ জৰিয়তে ঠায়ে-ঠায়ে স্বাভাৱিক জীৱন যাত্ৰা ক্ৰমান্বয়ে ঘূৰি আহিছে |

ADVERTISEMENT

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

উল্লেখ্য যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ সৰ্বাত্মক ৰূপত ৰূপায়ণ কৰা হয় দেশৰ সকলো প্ৰান্তত | এই সময়ছোৱাত শ্ৰমজীৱি লোকসকল যি এক অভূতপূৰ্ব অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে নকৈ কোৱাৰ প্ৰয়োজন নাই | প্ৰায় ৪১ দিন গৃহবন্দিত্বৰ ফলত কৃষিপ্ৰধান দেশখনত থলুৱা কৃষকসকলকে ধৰি সকলো শ্ৰমজীৱি পৰিয়ালৰ জীৱিকা উপাৰ্জনৰ পথ স্তব্ধ হৈ পৰাৰ ফলত আৰ্থিকভাৱে কোঙা হৈ পৰে | চৰকাৰে এই সময়ছোৱাত কিছু পৰিমাণে আৰ্থিক তথা বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও সেয়া পৰ্যাপ্ত নহয় | অসমতো এই তলাবন্ধৰ ফলত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হয় শ্ৰমজীৱি লোকসকল | এই তলাবন্ধৰ সময়ত ৰাজ্যৰ হেজাৰ হেজাৰ পৰিয়ালৰ উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰাৰ ফলত ভৱিষ্যতক লৈ একপ্ৰকাৰ চিন্তিত হৈ পৰিছে |

WhatsApp Image 2020 05 06 at 12.03.28 PM

একাধাৰে যোৱা ২৪ মাৰ্চৰ পৰা তিনি এপ্ৰিললৈ সৰ্বাত্মক তলাবন্ধৰ ফলত ৰাজ্যৰ সকলো দোকান-পোহাৰ বন্ধ হৈ পৰে | বিশেষকৈ ৰাজধানী মহানগৰীত ভাড়াঘৰত থাকি দৈনিক উৰ্পাজনেৰে পৰিয়াল পোহপাল দিয়া ব্যৱসায়ী তথা শ্ৰমজীৱি লোকসকল অৰ্থনৈতিক ভাৱে জুৰুলা হৈ পৰে |সাঁচতীয়া টকাৰ লগতে হৃদয়বান লোকৰ সহায়ত কোনোমতে ৪১ দিন কটোৱাৰ অন্তত কালিৰে পৰা ক্ৰমে স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হৈছে , লাহেকৈ ব্যৱসায় আৰম্ভ হৈছে | কিন্তু এই সময়ছোৱাত বহু ব্যৱসায়িক প্ৰতিষ্ঠানতে বহু সামগ্ৰী বেয়া তথা নষ্ট হৈ পৰাৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে|

বিশেষকৈ মহানগৰীত ফল-ফুলৰ পুলি বিক্ৰী কৰি পুৱা দৈনিক উৰ্পাজনেৰে পৰিয়াল পোহপাল দিয়া প্ৰদীপ, প্ৰণৱ, নৱ, জয়ন্তসহ প্ৰায় ৫০ টা পৰিয়ালৰ জীৱনলৈ দীঘলীয়া তলাবন্ধই কাল অমানিশা কঢ়িয়াই আনিলে | এই তলাবন্ধই ফল-ফুলৰ পুলি বিক্ৰী কৰা প্ৰায় ২২ খন দোকানত গড়ে প্ৰায় ৫০ হেজাৰকৈ টকাৰ মূল্যৰ ফল-ফুলৰ পুলি শুকাই যোৱাৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈ ব্যৱসায়ীসকল মানসিকভাৱে ভাগি পৰিছে | তলাবন্ধৰ কিছু শিথিলতাৰে যোৱা সোমবাৰৰ পৰা দোকান-পোহাৰ খোলাৰ পাছত ব্যৱসায়ীসক এই ক্ষতি দেখি চিন্তিত হৈ পৰিছে | উল্লেখ্য যে এই ২২ খন দোকানত প্ৰায় ১০ লাখ টকাৰ মূল্যৰ পুলি নষ্ট হোৱা বুলি ব্যৱসায়ীসকলে উল্লেখ কৰিছে |

WhatsApp Image 2020 05 06 at 12.03.28 PM 1

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক
Crime

Jihadis Arrested :বৰপেটা আৰু বজালীত গ্ৰেপ্তাৰ দুই জেহাদীক

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ
India

পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

March 11, 2026
Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ
News

Asomiya Yuva Mancha:জুবিন গাৰ্গৰ ন্যায় বিছাৰি মহানগৰীৰ ৰাজপথত প্ৰতিবাদ

March 11, 2026
Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d