মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল | বৃহস্পতিবাৰে গুৱাহাটীত চিনাক্ত হোৱা তৃতীয়জন ৰোগী খাৰঘূলি পাহাৰৰ জিএমডিএৰ পানী টেংকীৰ কাষৰ বৰদা দাস | অনুৰাধা চিনেমা হ’লৰ জীয়েকৰ ঘৰৰ পৰা ছয় মে’ত ঘৰলৈ যোৱা পাছত ভুগিছিল কাঁহত | ওচৰ-চুবুৰীয়াকো বিচাৰিছিল কাঁহৰ দৰব | নিশা তেওঁৰ দেহত ডায়েৰিয়াৰ লক্ষণ দেখাত মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তাৰ পাছত জিএমচিএইচত ভৰ্তি কৰোৱাই | নিশাই নমুনা সংগ্ৰহ কৰাৰ পাছত বৃহস্পতিবাৰে দেহত কৰ’নাৰ উপস্থিতি ধৰা পৰে | ইফালে, মহানগৰীত বৃহস্পতিবাৰে কৰ’নাত আক্ৰান্ত হোৱা দেৱৰাজ আশ্চৰ্য বাইহাটা চাৰিআলিৰ মদনপুৰৰ বাসিন্দা | কোম্পানীত কৰ্মৰত যুৱকজনে শিলিগুৰিৰ পৰা মেদিনাপুৰলৈ গৈছিল | তাত কে’বাদিনো কটাই যোৱা ছয় মে’ত সৰুসজ্জাইত উপস্থিত হৈছিল | তেওঁৰ লগত অহা অন্য দুজনৰ দেহত কৰ’না উপস্থিতি ধৰা নপৰে যদিও দেৱৰাজ কৰ’নাত আক্ৰান্ত হয় |
অনুৰাধা চিনেমা হ’লৰ কাষৰ পৰা যোৱাৰ পাছতেই কাঁহত ভুগিছিল কৰ’নাত আক্ৰান্ত বৰদা’ই
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACORONAVIRUSCovid-19FIGHT AGAINST COVID-19
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025