Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    শিক্ষক

    বিদ্যালয়ৰ ভিতৰতেই ছাত্ৰীক শাৰীৰিক নিৰ্যাতন প্ৰধান শিক্ষকৰ, কাৰাগাৰলৈ প্ৰেৰণ শিক্ষকক

    DEVAJIT LON SAIKIA

    DEVAJIT LON SAIKIA : BCCIৰ নতুন সচিব হিচাপে দায়িত্বগ্ৰহণ কৰিলে অসম সন্তান দেৱজিৎ লন শ‍‍ইকীয়াই

    India Meteorological Department:১৫০ বছৰীয়া হ’ল ভাৰত বতৰ বিজ্ঞান বিভাগ

    Magh bihu: ভোগালীত এঠা দৈ খুৱাবলৈ সাজু সৰভোগ

    Magh Bihu:ঢেঁকীৰ নহয়, বেৰিয়া মিলৰ পিঠা গুড়িৰেহে যেন বিহু আহে

    Delhi Cold

    Delhi Cold: মৃত্যুদূতলৈ পৰিণত হৈছে ঠেটুৱৈ লগা শীত, প্ৰচণ্ড ঠাণ্ডাত ৪৭৪ জন গৃহহীন লোকৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    TV channel price hike

    TV channel price hike : ১ ফেব্ৰুৱাৰীৰ পৰা ১০ শতাংশৰো অধিক বৃদ্ধি হ’ব টিভিৰ ৰিচাৰ্জৰ মূল্য

    Air India Flight Booking Offers:এয়াৰ ইণ্ডিয়া বিমানৰ বাম্পাৰ অফাৰ

    How to secure Gmail:আপোনাৰ জিমেইল কেনেকৈ সুৰক্ষিত কৰিব !

    ফ্লিপকাৰ্ট

    এতিয়াৰ পৰা ফ্লিপকাৰ্টত সামগ্ৰী কেনচেল কৰোতে সাৱধান, ভৰিব লাগিব অতিৰিক্ত ধন

    Bullet trains will run in India: দেশত দৌৰিব বুলেট ৰেল !

  • Entertainment
    • All
    • Movie
    • Music
    Oscar 2025

    Oscar 2025: দাও দাওকৈ জ্বলিছে লছ এঞ্জেলছ, অস্কাৰৰ মনোনয়নৰ তাৰিখ সলনি

    Gyanada Kakati Passes Away

    Gyanada Kakati Passes Away: বিশিষ্ট অভিনেত্ৰী জ্ঞানদা কাকতিৰ দেহাৱসান

    Salman Khan House:ছলমান খানৰ ঘৰত নিৰ্মাণ কৰা হ’ল বুলেট প্ৰুফ দেৱাল

    Aamir Khan And Kitu Gidwani:কেৰিয়াৰৰ আৰম্ভণিতে চুম্বনৰ দৃশ্যত ভয় কৰিছিল আমিৰে

    Mexican Actress And Model Barbare Mori:অতি কম বয়সতে হৈছিল আইতা হৈছিল এগৰাকী অভিনেত্রী !

    Bollywood Actor Son:১১ বছৰ বয়সতে লাখ লাখ টকাৰ গৰাকী বলিউদৰ এজন প্ৰখ্যাত অভিনেতা তনয়ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Capture 14

    HMPV

    HMPV Infection: ভাৰতত HMPV ৰ ত্ৰাস, চাৰিদিনত ৮ গৰাকী আক্ৰান্ত

    Health Tips

    Health Tips: প্রতিদিনে খালী পেটত ফল-মূল খায় নেকি ?

    Horoscope: নতুন বছৰৰ পহিলা দিনটো কেনেদৰে পাৰ হ’ব

    Daily Horoscope : আজিৰ দিনটো কেনেদৰে যাব জানি লওক

    HIBISCUS FLOWER BENEFITS

    HIBISCUS FLOWER BENEFITS: প্ৰতিদিনে পুৱা জবা ফুলৰ চাহ খাওক

    What are the dangers of sleeping too much?বেছিকৈ শুলে হ’ব পাৰে কি বিপদ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home COVID-19

অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ দাবী : প্ৰতিক্ৰিয়া জানিবলৈকে নিজৰ মৃত্যুৰ বাতৰি প্ৰচাৰ কৰিছিল কীমে

publisher by publisher
May 8, 2020
in COVID-19, News
Reading Time: 1 min read
0
পুৰুষ প্ৰধান ৰাজপাটত এগৰাকী মহিলাৰ দপদপনিয়ে চৰ্চা লাভ কৰিছে সমগ্ৰ বিশ্বত
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

1,700 People Die Every Week Worldwide:বিশ্বত এতিয়াও প্ৰতি সপ্তাহত ১৭০০ লোকৰ মৃত্যু হৈছে ক’ভিডত

UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !

North Korea Tests Nuclear Weapons Underwater:এইবাৰৰ সমুদ্রত আতংক বিয়পাব উত্তৰ কোৰিয়াই

উত্তৰ কোৰিয়াৰ একনায়ক শাসক কীম জং উনৰ মৃত্যুৰ বাতৰিয়ে অনেক দিন ধৰি বিশ্বজুৰি বিশেষ চৰ্চা লাভ কৰি আহিছে। প্ৰকৃততে কীম জীৱিত নে মৃত সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু কেনেকৈ আৰু কিয় এইজন কমিউনিষ্ট শাসকৰ মৃত্যুৰ বাতৰি ভাইৰেল হৈছিল? এই প্ৰশ্নৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ যুক্তি প্রদর্শন কৰিলে অষ্ট্ৰেলিয়াৰ এক সংবাদ মাধ্যমে । ‘স্কাই নিউজ অষ্ট্ৰেলিয়া’ই প্ৰকাশ কৰা এক প্ৰতিবেদনত দাবী কৰা অনুসৰি কীমে তেওঁৰ প্ৰকৃত বন্ধু আৰু শত্রুক চিনাক্ত কৰিবলৈকে নিজৰ মৃত্যুৰ ভুৱা বাতৰিৰ প্ৰচাৰ কৰিছিল।
এই বাতৰিত লগতে কোৱা হৈছে যে উত্তৰ কোৰিয়াৰ শাসক জনে ইমানদিনে তেওঁৰ আশে পাশে থকা লোকসকল প্রকৃততে কিমান বিশ্বাসযোগ্য সেয়া নিৰূপণ কৰিবলৈ এই কৌশল অৱলম্বন কৰিছিল। এই কাৰণতে কীমে তেওঁৰ মৃত্যু হোৱা বুলি এক নাটক ৰচিছিল বুলি ‘স্কাই নিউজ অষ্ট্ৰেলিয়া’ই দাবী কৰে। উল্লেখ্য যে বিগত প্রায় তিনি সপ্তাহ ধৰি উত্তৰ কোৰিয়াৰ শাসক জন ৰাজহুৱা আত্মপ্ৰকাশৰ পৰা বিৰত আছে। যোৱা পহিলা মে’ত কীমে দেশখনৰ এটা কাৰখানা মুকলি অনুষ্ঠানত  অংশ লোৱাৰ ফটোগ্ৰাফ প্ৰচাৰ কৰা হৈছিল যদিও শেহতীয়া ভাৱে এইখন এখন ভুৱা বুলি অভিযোগ উত্থাপিত হৈছিল।
ADVERTISEMENT

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Covid-19Kim Jong-unNorth KoreaSky News Australia
publisher

publisher

Related Posts

শিক্ষক
Crime

বিদ্যালয়ৰ ভিতৰতেই ছাত্ৰীক শাৰীৰিক নিৰ্যাতন প্ৰধান শিক্ষকৰ, কাৰাগাৰলৈ প্ৰেৰণ শিক্ষকক

January 12, 2025
DEVAJIT LON SAIKIA
Assam

DEVAJIT LON SAIKIA : BCCIৰ নতুন সচিব হিচাপে দায়িত্বগ্ৰহণ কৰিলে অসম সন্তান দেৱজিৎ লন শ‍‍ইকীয়াই

January 12, 2025
Environment

India Meteorological Department:১৫০ বছৰীয়া হ’ল ভাৰত বতৰ বিজ্ঞান বিভাগ

January 12, 2025
Magh bihu: ভোগালীত এঠা দৈ খুৱাবলৈ সাজু সৰভোগ
News

Magh bihu: ভোগালীত এঠা দৈ খুৱাবলৈ সাজু সৰভোগ

January 12, 2025
Magh Bihu:ঢেঁকীৰ নহয়, বেৰিয়া মিলৰ পিঠা গুড়িৰেহে যেন বিহু আহে
Assam

Magh Bihu:ঢেঁকীৰ নহয়, বেৰিয়া মিলৰ পিঠা গুড়িৰেহে যেন বিহু আহে

January 12, 2025
Delhi Cold
News

Delhi Cold: মৃত্যুদূতলৈ পৰিণত হৈছে ঠেটুৱৈ লগা শীত, প্ৰচণ্ড ঠাণ্ডাত ৪৭৪ জন গৃহহীন লোকৰ মৃত্যু

January 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d