ৰাজ্যৰ প্ৰতিখন জিলাৰ উপায়ুক্তৰ স’তে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে ভিডিঅ’ বাৰ্তালাপৰ জৰিয়তে জিলাসমূহৰ সামগ্ৰীক পৰিস্থিতি পৰ্যালোচনা কৰে | এই বৈঠকৰ সংক্ৰান্তত মন্ত্ৰীজনে কয় যে সকলো জিলাৰ উপায়ুক্তসকলৰ স’তে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাযোগে বাৰ্তালাপ কৰি ক’ভিড-১৯ সংক্ৰমণ ৰোধৰ অৰ্থে সম্প্ৰতি ৰাজ্যত জনসাধাৰণৰ ঘৰে ঘৰে গৈ স্বাস্থ্য পৰীক্ষা, তেজৰ নমুনা সংগ্ৰহৰ বাবে চলি থকা কাৰ্যসূচীৰ অগ্ৰগতিৰ পুণৰীক্ষণ কৰিলোঁ ৷ ৰাজ্যখনত ক’ভিড-১৯ৰ অধিক সংক্ৰমণ ৰোধ কৰিবলৈ হলে আমি আমাৰ পদক্ষেপসমূহ অধিক ক্ষীপ্ৰ কৰিব লাগিব ৷
প্ৰতিখন জিলাৰ উপায়ুক্তৰ স’তে স্বাস্থ্যমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তালাপ
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19HIMANTA BISWA SHARMA
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026