Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

    ‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

    Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

    এডভান্টেজ কাৰ ?

    এডভান্টেজ কাৰ ?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বলিউদত এতিয়া দাঢ়ি -গোঁফৰ পয়োভৰ

publisher by publisher
May 10, 2020
in COVID-19, News
Reading Time: 1 min read
0
বলিউদত এতিয়া দাঢ়ি -গোঁফৰ পয়োভৰ
1
SHARES
9
VIEWS
ShareShareShareShare

RelatedPosts

এগৰাকী ভাৰতীয় ক্রিকেটাৰক ‘শাৰাপোভা’ বুলি মাতে ধোনিয়ে !

1,700 People Die Every Week Worldwide:বিশ্বত এতিয়াও প্ৰতি সপ্তাহত ১৭০০ লোকৰ মৃত্যু হৈছে ক’ভিডত

UK Company AstraZeneca Will Withdraw its COVID-19 Vaccine:বিশ্বজুৰি কভিশ্বিল্ডৰ পার্শ্বক্ৰিয়া !

এটা সময়ত বলিউদৰ পুৰুষ তাৰকাসকলেও নিজৰ মুখৰ সৌন্দৰ্য ৰ প্রতি গুৰুত্ব আৰোপ কৰিছিল । গালৰ দাঢ়িটো বাদেই, নাকৰ তলৰ গোঁফকোচাও নোহোৱা কৰিহে নায়কসকলে কেমেৰাৰ সন্মুখত থিয় দিছিল। শত্ৰুঘ্ন সিনহা , জেকী শ্ৰুফ, অনিল কাপুৰ, নানা পাটেকৰ আদি মুষ্টিমেয় কেইজনমান নায়কেহে দাঢ়ি-গোঁফ সহ অভিনয় কৰিও জনপ্ৰিয়তা অর্জন কৰিছে । অৱশ্যে এতিয়া সময় সলনি হৈছে। বৰ্তমানৰ নায়কসকলে দাঢ়ি-গোঁফসহ অভিনয় কৰিও জনপ্ৰিয়তা অর্জন কৰিছে।
আজিকালি অধিকাংশ নায়কেই সমগ্র বছৰটো সমগ্ৰ বছৰটঅব্যীছাৰ তাগিদাত ছবিৰ চৰিত্ৰৰ ‘লুক’ৰ প্ৰতিয়ে গুৰুত্ব আৰোপ কৰে । চৰিত্ৰৰ প্ৰয়োজনত দাঢ়ি-গোঁফ, চুলি আদি বৃদ্ধি কৰে। বহুতে আকৌ ইচ্ছা থাকিলেও দাঢ়ি-গোঁফ ৰাখিব নোৱাৰে। কিন্তু তলাবন্ধৰ গৃহবন্দী দৰ্শাই তেওঁলোকৰ এই ইচ্ছা পূৰণত সহায় কৰিছে। কিয়নো তলাবন্ধৰ ম্যাদ যিমানে বৃদ্ধি পাইছে, সিমানেই বাঢ়িছে বলিউদৰ তাৰকসকলৰ দাঢ়ি-গোঁফ। ইয়াৰে বহুতে আকৌ নিজৰ নতুন চেহেৰাক অপচন্দ কৰা নাই। সেয়ে নিজ গৃহতে দাঢ়ি কটাৰ বিভিন্ন উপায় থাকিলেও এইসকল তাৰকাই নানা অজুহাত বিচাৰি উলিয়াই দাঢ়ি কটাৰ পৰা বিৰত আছে । তলাবন্ধৰ পৰৱৰ্তী সময়ত ‘পদ্মাৱত’ নামৰ ছবিখনৰ আলাউদ্দিন খিলিজিৰ দৰে দীঘল দাঢ়ি-চুলিৰে উদয় হ’ব বুলি মাৰ্চৰ অন্তিম ভাগত সামাজিক মাধ্যমত এখন ফটো প’ষ্ট কৰিছিল ৰণবীৰ সিঙে। সম্প্ৰতি মূৰত টুপী পৰিধান কৰি এমুখ দাঢ়িৰে এটা ভিডিঅ’ত দেখা দিছে জনপ্ৰিয় নায়কজনে।

Screenshot 20200510 183537

ADVERTISEMENT
নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব কাৰ্তিক আৰিয়ানে সততে নিজৰ অব্যিন্যস্ত চুলিৰ বিন্যাসেৰেই অনুৰাগীৰ হৃদয় হৰি আহিছে। এইবাৰ সেই অব্যিন্যস্ত চুলিৰ সংগ হৈছে এগাল অব্যিন্যস্ত দাঢ়ি। এই অৱস্থাৰেই অৱশ্যে কাৰ্তিকে অনলাইনত ‘কোকি পুচেগা’ নামৰ অনুষ্ঠান সঞ্চালনা কৰি আছে। আনকি অতি শীঘ্ৰে দাঢ়ি কটাৰ কোনো পৰিকল্পনা নাই বুলিও তাৰকাজনে জনাইছে। কিছুদিনৰ পূৰ্বে নিজৰ দাঢ়িভৰ্তি চেহেৰাৰ এখন ফটো প’ষ্ট কৰি কেপচনত কাৰ্তিকে লিখিছে, ‘কেইছে শ্বেভ কৰ দু য়াৰ, ইয়ে ভি কম ছেক্সী নেহী ।’ ইপিনে, গালভর্তি দাঢ়িৰে স্ব ৰচিত কবিতা পাঠ কৰি শুনাইছে ব্যতিক্ৰমী চৰিত্ৰত অভিনয়ৰে জনপ্ৰিয়তা অৰ্জন কৰা অভিনেতা আয়ুষ্মান খুৰানাই । অৱশ্যে এই গালভর্তি দাঢ়িৰ চেহেৰা পোৱা বলিউড তাৰকাৰ তালিকাখনো কম নহয়। বৰুণ ধৱন, ভিকি কৌশল, টাইগাৰ শ্ৰুফৰ পৰা আৰম্ভ কৰি ছলমান খান, শ্বাহৰুখ খান আদিয়ে দাঢ়ি গোঁফৰ মায়াজাল বিস্তাৰ কৰিছে।
Screenshot 20200510 183109
আকৌ ছল্ট এণ্ড পেপাৰ’ দাঢ়িৰেও সামাজিক মাধ্যমত আকৰ্ষণৰ সৃষ্টি কৰিছে হৃত্বিক ৰোছন, অজয় দেৱগন, অক্ষয় কুমাৰ আদিয়ে। বলিউদৰ ‘গ্ৰীক গড’ হৃত্বিকৰ অনুৰাগীসকলৰ মতে, এই সামান্য ছল্টৰ পৰশে তেঁওক আৰু নমকীন কৰি তুলিছে। আনহাতে, বগা কলা দাঢ়ি গোঁফেৰে দেশবাসীক সাৱধানে থকাৰ বাৰ্তা দিবলৈ মাজে মধ্যেই ইনষ্টাগ্ৰাম আৰু টুইটাৰত উপস্থিত হৈ আছে অক্ষয় কুমাৰ। ইপিনে, বলিউদৰ তাৰকাসকলৰ সমান্তৰালকৈ অনুৰাগীক চমক দিলে ক্ৰিকেট মহাতাৰকা মহেন্দ্ৰ সিং ধোনীয়ে। শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰাক্তন অধিনায়কজনৰ এখন ফটো প্ৰচাৰিত হৈছে। ফাটোখনত সম্পূৰ্ণ বগা দাঢ়ি-গোঁফেৰে ধোনীক এজন বৃদ্ধলোকৰ দৰে দেখা গৈছে।
10 05 2020 dhoni89 20258307

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONAKartik AaryanLockdownMS DhoniRanveer Singh
publisher

publisher

Related Posts

প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 
Entertainment

প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

May 12, 2025
India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা
India

India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

May 12, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

যুদ্ধবিৰতিৰ পাছত দুয়োখন দেশৰ ডিজিএমঅ’ৰ বৈঠক !

May 12, 2025
‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?
India

‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

May 12, 2025
Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট
News

Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

May 12, 2025
এডভান্টেজ কাৰ ?
News

এডভান্টেজ কাৰ ?

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d