Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বলিউদত এতিয়া দাঢ়ি -গোঁফৰ পয়োভৰ

publisher by publisher
May 10, 2020
in COVID-19, News
Reading Time: 1 min read
0
বলিউদত এতিয়া দাঢ়ি -গোঁফৰ পয়োভৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

Bollywood Marriage:বলিউডৰ কাৰ বিয়াত অতিথি আছিল মাত্র ৩৭ জন, কিন্ত খৰচ হৈছিল ৭৭ কোটি

এটা সময়ত বলিউদৰ পুৰুষ তাৰকাসকলেও নিজৰ মুখৰ সৌন্দৰ্য ৰ প্রতি গুৰুত্ব আৰোপ কৰিছিল । গালৰ দাঢ়িটো বাদেই, নাকৰ তলৰ গোঁফকোচাও নোহোৱা কৰিহে নায়কসকলে কেমেৰাৰ সন্মুখত থিয় দিছিল। শত্ৰুঘ্ন সিনহা , জেকী শ্ৰুফ, অনিল কাপুৰ, নানা পাটেকৰ আদি মুষ্টিমেয় কেইজনমান নায়কেহে দাঢ়ি-গোঁফ সহ অভিনয় কৰিও জনপ্ৰিয়তা অর্জন কৰিছে । অৱশ্যে এতিয়া সময় সলনি হৈছে। বৰ্তমানৰ নায়কসকলে দাঢ়ি-গোঁফসহ অভিনয় কৰিও জনপ্ৰিয়তা অর্জন কৰিছে।
আজিকালি অধিকাংশ নায়কেই সমগ্র বছৰটো সমগ্ৰ বছৰটঅব্যীছাৰ তাগিদাত ছবিৰ চৰিত্ৰৰ ‘লুক’ৰ প্ৰতিয়ে গুৰুত্ব আৰোপ কৰে । চৰিত্ৰৰ প্ৰয়োজনত দাঢ়ি-গোঁফ, চুলি আদি বৃদ্ধি কৰে। বহুতে আকৌ ইচ্ছা থাকিলেও দাঢ়ি-গোঁফ ৰাখিব নোৱাৰে। কিন্তু তলাবন্ধৰ গৃহবন্দী দৰ্শাই তেওঁলোকৰ এই ইচ্ছা পূৰণত সহায় কৰিছে। কিয়নো তলাবন্ধৰ ম্যাদ যিমানে বৃদ্ধি পাইছে, সিমানেই বাঢ়িছে বলিউদৰ তাৰকসকলৰ দাঢ়ি-গোঁফ। ইয়াৰে বহুতে আকৌ নিজৰ নতুন চেহেৰাক অপচন্দ কৰা নাই। সেয়ে নিজ গৃহতে দাঢ়ি কটাৰ বিভিন্ন উপায় থাকিলেও এইসকল তাৰকাই নানা অজুহাত বিচাৰি উলিয়াই দাঢ়ি কটাৰ পৰা বিৰত আছে । তলাবন্ধৰ পৰৱৰ্তী সময়ত ‘পদ্মাৱত’ নামৰ ছবিখনৰ আলাউদ্দিন খিলিজিৰ দৰে দীঘল দাঢ়ি-চুলিৰে উদয় হ’ব বুলি মাৰ্চৰ অন্তিম ভাগত সামাজিক মাধ্যমত এখন ফটো প’ষ্ট কৰিছিল ৰণবীৰ সিঙে। সম্প্ৰতি মূৰত টুপী পৰিধান কৰি এমুখ দাঢ়িৰে এটা ভিডিঅ’ত দেখা দিছে জনপ্ৰিয় নায়কজনে।

ADVERTISEMENT
নৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব কাৰ্তিক আৰিয়ানে সততে নিজৰ অব্যিন্যস্ত চুলিৰ বিন্যাসেৰেই অনুৰাগীৰ হৃদয় হৰি আহিছে। এইবাৰ সেই অব্যিন্যস্ত চুলিৰ সংগ হৈছে এগাল অব্যিন্যস্ত দাঢ়ি। এই অৱস্থাৰেই অৱশ্যে কাৰ্তিকে অনলাইনত ‘কোকি পুচেগা’ নামৰ অনুষ্ঠান সঞ্চালনা কৰি আছে। আনকি অতি শীঘ্ৰে দাঢ়ি কটাৰ কোনো পৰিকল্পনা নাই বুলিও তাৰকাজনে জনাইছে। কিছুদিনৰ পূৰ্বে নিজৰ দাঢ়িভৰ্তি চেহেৰাৰ এখন ফটো প’ষ্ট কৰি কেপচনত কাৰ্তিকে লিখিছে, ‘কেইছে শ্বেভ কৰ দু য়াৰ, ইয়ে ভি কম ছেক্সী নেহী ।’ ইপিনে, গালভর্তি দাঢ়িৰে স্ব ৰচিত কবিতা পাঠ কৰি শুনাইছে ব্যতিক্ৰমী চৰিত্ৰত অভিনয়ৰে জনপ্ৰিয়তা অৰ্জন কৰা অভিনেতা আয়ুষ্মান খুৰানাই । অৱশ্যে এই গালভর্তি দাঢ়িৰ চেহেৰা পোৱা বলিউড তাৰকাৰ তালিকাখনো কম নহয়। বৰুণ ধৱন, ভিকি কৌশল, টাইগাৰ শ্ৰুফৰ পৰা আৰম্ভ কৰি ছলমান খান, শ্বাহৰুখ খান আদিয়ে দাঢ়ি গোঁফৰ মায়াজাল বিস্তাৰ কৰিছে।
আকৌ ছল্ট এণ্ড পেপাৰ’ দাঢ়িৰেও সামাজিক মাধ্যমত আকৰ্ষণৰ সৃষ্টি কৰিছে হৃত্বিক ৰোছন, অজয় দেৱগন, অক্ষয় কুমাৰ আদিয়ে। বলিউদৰ ‘গ্ৰীক গড’ হৃত্বিকৰ অনুৰাগীসকলৰ মতে, এই সামান্য ছল্টৰ পৰশে তেঁওক আৰু নমকীন কৰি তুলিছে। আনহাতে, বগা কলা দাঢ়ি গোঁফেৰে দেশবাসীক সাৱধানে থকাৰ বাৰ্তা দিবলৈ মাজে মধ্যেই ইনষ্টাগ্ৰাম আৰু টুইটাৰত উপস্থিত হৈ আছে অক্ষয় কুমাৰ। ইপিনে, বলিউদৰ তাৰকাসকলৰ সমান্তৰালকৈ অনুৰাগীক চমক দিলে ক্ৰিকেট মহাতাৰকা মহেন্দ্ৰ সিং ধোনীয়ে। শেহতীয়াকৈ সামাজিক মাধ্যমত প্ৰাক্তন অধিনায়কজনৰ এখন ফটো প্ৰচাৰিত হৈছে। ফাটোখনত সম্পূৰ্ণ বগা দাঢ়ি-গোঁফেৰে ধোনীক এজন বৃদ্ধলোকৰ দৰে দেখা গৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONAKartik AaryanLockdownMS DhoniRanveer Singh
publisher

publisher

Related Posts

নামঘৰত ৰাইজৰ শ্ৰমদান: জনপ্রতিনিধিৰ বিৰুদ্ধে ক্ষোভ
Assam

October 5, 2026
আঠ বছৰত ৰাজ্যত অর্ধেক মহাবিদ্যালয়তো কাৰ্যকৰী নহ’ল বিজ্ঞান শিক্ষা

Zubeen Garg Murder Case: সৰ্বোচ্চ ন্যায়ালয়ত মুখ থেকেচা জুবিন হত্যাৰ অভিযুক্ত শ্যামকানু মহন্ত

তিনি বছৰ পুৰণি বাহন ক্রয়-বিক্রয় কৰিলে ভৰিব লাগিব সেউজ উপকৰ

কে’বাশ বানাক্রান্ত পৰিয়ালে তৎকালীন সাহায্যৰ প্ৰথম কিস্তিৰ ধন নাপালে দুমাহে

বেদখলৰ কবলত বি বৰুৱা কলেজৰ গাতে লাগি থকা সাত বিঘা চৰকাৰী ভূমি

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d