- ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
- পুনৰ দুজন লোকৰ শৰীৰত কৰ’না ভাইৰাছ ৷
- স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷
- নতুনকৈ আক্ৰান্ত দুজন গোলাঘাটৰ ৷
- সম্প্ৰতি ৰাজ্যত কৰ’না ৰোগীৰ সংখ্যা ১০৪ জনলৈ বৃদ্ধি ৷
- ইয়াৰ বিপৰীতে সুস্থ হৈছে ৪১জন ৷ চিকিৎসাধীন হৈ আছে ৫৮ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে তিনিজনৰ ৷
ৰাজ্যত পুনৰ ২ জনৰ শৰীৰত কৰ’নাৰ অৱস্থিতি
-
By publisher

- Categories: Assam, COVID-19, News
- Tags: ASSAM FIGHTS CORONACorona VirusCovid-19FIGHT AGAINST COVID-19
Related Content
Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
By
publisher
March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
By
publisher
March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
By
publisher
March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
By
publisher
March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
By
publisher
March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
By
publisher
March 10, 2026