- ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
- পুনৰ দুজন লোকৰ শৰীৰত কৰ’না ভাইৰাছ ৷
- স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷
- কাছাৰ জিলাৰ দুজন ব্যক্তিৰ শৰীৰত কৰ’না ভাইৰাছৰ অৱস্থিতি ৷
- সম্প্ৰতি ৰাজ্যত কৰ’না ৰোগীৰ সংখ্যা ১০৬ জনলৈ বৃদ্ধি ৷
- ইয়াৰ বিপৰীতে সুস্থ হৈছে ৪১জন, চিকিৎসাধীন হৈ আছে ৬০ জন,আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে ৩জনৰ ৷
ৰাজ্যত পুনৰ ২ জনৰ শৰীৰত কৰ’নাৰ অৱস্থিতি
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19
Related Content
Minister Atul Bora:গোলাঘাট জিলাৰ অৰুণোদয়-৩.০ৰ সফল ৰূপায়ণৰ সন্দৰ্ভত দুই মন্ত্ৰীৰ বৈঠক
By
publisher
February 22, 2025
State Bjp SpL Meeting:ঝুমইৰ বিনন্দিনী' অনুষ্ঠান আৰু এডভাণ্টেজ আছাম ২.o প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যক বিজেপিৰ বিশেষ প্ৰস্তুতি সভা
By
publisher
February 22, 2025
App Assam Pressmeet:প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ 'আপ'ৰ প্ৰতিক্ৰিয়া
By
publisher
February 22, 2025
Farah Khan:হোলি চাপ্ৰীৰ উৎসৱ’, ফাৰহাৰ মন্তব্যত ধর্মীয় আৱেগত আঘাতৰ অভিযোগ, দাখিল এফআইআৰ
By
publisher
February 22, 2025
New Mega City: এটা অট্টালিকাত নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণাংগ চহৰ !
By
publisher
February 22, 2025