Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত

    মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!

    এইবাৰ এয়াৰ ইণ্ডিয়াৰ কলকাতা অভিমুখী বিমানত কাৰিকৰী দোষ!

    David Warner does not travel on Air India flights: এয়াৰ ইণ্ডিয়াৰ বিমানত নুঠে ডেভিদ ৱাৰ্ণাৰ

    What flight attendants do during takeoff and landing: বিমান উঠা-নমাৰ সময়ত কি কৰে বিমানকর্মীয়ে !

    Anand Rashibachia arrested in Meerut:উত্তৰ প্ৰদেশৰ মিৰাটত তিনিচুকীয়া আৰক্ষীৰ সফল অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ মূলধন নাই শ্ৰমজীৱী জনতাৰ

publisher by publisher
May 19, 2020
in Assam, City, COVID-19, News
Reading Time: 1 min read
0
এম বি বি এছ পাঠ্যক্ৰমৰ প্ৰাৰম্ভিক পাঠ্যক্ৰম সম্পন্ন কৰা অৰ্দ্ধ শতাধিক শিক্ষাৰ্থী ৰাজস্থানৰ কোটাত আবদ্ধ
2
SHARES
18
VIEWS
ShareShareShareShare

যথেষ্ট শিথিলতা অৱলম্বনেৰে দেশত আৰম্ভ হৈছে চতুৰ্থ পৰ্যায়ৰ তলাবন্ধ ৷বিগত ৫৫ টা দিনে তিনিটা পৰ্যায়ত ৰূপায়িত তলাবন্ধৰ ফলত আৰ্থিক সমস্যাৰ ভাৰাক্ৰান্ত হৈ দিকবিদিক হেৰুৱাই পেলোৱা বহুজন সম্প্ৰতি ওলাই আহিছে জীৱিকাৰ সন্ধানত ৷যোৱা চাৰি মে’ৰ পৰা বলবৎ হোৱা তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত কিছু পৰিমাণে শিথিলতা প্ৰদান কৰা হৈছিল যদটও কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতি আৰু সকলো দোকান পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰা হোৱা নাছিল ।

ADVERTISEMENT

কিন্তু চতুৰ্থ পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত নৈশ সান্ধ্য আইন অব্যাহত থাকিব যদিও দিনৰ ভাগত সকলো দোকান পোহাৰ খোলাৰ লগতে কাৰ্যালয়ত এশ শতাংশ উপস্থিতিৰ নিৰ্দেশ দিয়া হৈছে। যাৰ ফলত দিন হাজিৰা কৰা,কাৰ্যালয়সমূহক কেন্দ্ৰ কৰি গঢ়ি উঠা দোকান পোহাৰ সমূহৰ দৈনিক উপাৰ্জনৰ বাট মুকলি কৰা ব্যৱসায়ীসকলে কিছু সকাহ অনুভৱ কৰিছে।

RelatedPosts

Assam State Bjp comittee:আজিৰে পৰা বিজেপিৰ ৪৩৩ টা মণ্ডল সমিতিৰ কাৰ্য্যনির্বাহক সভা

Artificial Flood: এজাক বৰষুণতে জলমগ্ন মহানগৰীৰ একাধিক অঞ্চল

Tax evasion: তিনি বছৰে পাঁচ কোটিৰ কৰ ফাকি, ফাঁচীবজাৰৰ ব্যৱসায়ী ধৃত

গুৱাহাটী মহানগৰীত ভাড়াঘৰত থাকি দৈনিক উপাৰ্জনেৰে অৰ্থাৎ পদপথত ভিন্ন ব্যৱসায়ৰ জৰিয়তে পৰিয়াল পোহপাল দি অহা ক্ষুদ্ৰ ব্যৱসায়ী তথা শ্ৰমজীৱী লোকসকলে কোনোমতে প্ৰায় ৫৭ টা দিন কটোৱাৰ অন্তত জীৱন যাত্ৰা স্বাভাৱিক কৰি তুলিবলৈ সাজু হৈছে। কিন্তু পুনৰ ব্যৱসায় কৰিবলৈ নাই মূলধন ৷ইয়াৰোপৰি বহুজনৰ জীৱিকাৰ পথ এতিয়া সলনি হৈছে ৷

বিশেষকৈ মহানগৰীত হোটেল ৰেষ্টুৰেণ্টত কাম কৰা লোকসকলৰ বহু পৰিয়াল এতিয়া দিকভ্ৰান্ত ৷লগতে সকলোৱে আৱেগেৰে এনেকুৱা এটা দিন কেতিয়াও নাহক বুলি দীৰ্ঘ হুমুনিয়াহ এৰিছে ৷উল্লেখযোগ্য যে মহানগৰীত পদপথ নাইবা ক্ষুদ্ৰ ব্যৱসায়কে জীৱিকাৰ মূল পথ হিচাপে গ্ৰহণ কৰি দৈনিক উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া বুলু,মুকুট,সুশীলা,অঞ্জু,অঞ্জলীহঁতৰ সমস্যা কেতিয়াও শেষ নহয়। নাগৰিকত্ব সংশোধনী৷বিধেয়ক বাতিল আন্দোলনে কোঙা কৰি পেলোৱা এইসকল দৰিদ্ৰ শ্ৰমজীৱী লোক ঠন ধৰি উঠিবলৈ নৌপাওঁতেই পুনৰ কৰ’নাই তেওঁলোকৰ জীৱনলৈ নমাই আনিলে অমানিশা ৷

আনহাতে এদিন উপাৰ্জন বন্ধ হ’লেই পৰিয়াল চলাবলৈ সমস্যা হোৱা এই দিন হাজিৰা,ক্ষুদ্ৰ ব্যৱসায়ী কৰা লোকসকলৰ প্ৰায় ৫৫ দিনীয়া তলাবন্ধই জীৱন নিৰ্বাহৰ অৱস্থা অতি শোচনীয় কৰি তোলে ।যাৰ ফলত এওঁলোকৰ জীৱন যাত্ৰা পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ বহু সময়ৰ প্ৰয়োজন হ’ব নাইবা মানসিক ৰোগত ভুগি বহুতেই দিশহাৰা হ’ব,ই ধুৰুপ ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam covid 19Corona VirusCovid-19GuwahatiIndia covid 19lock down
publisher

publisher

Related Posts

মাওবাদী বিৰোধী অভিযানত আন এক সফলতা, মধ্যপ্ৰদেশত চাৰি মাওবাদী নেতা নিহত
India

June 15, 2025
মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!
India

মাত্ৰ ৪০ দিনত পাঁচখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, মৃত অন্তত ১২!

June 15, 2025
এইবাৰ এয়াৰ ইণ্ডিয়াৰ কলকাতা অভিমুখী বিমানত কাৰিকৰী দোষ!
India

এইবাৰ এয়াৰ ইণ্ডিয়াৰ কলকাতা অভিমুখী বিমানত কাৰিকৰী দোষ!

June 15, 2025
David Warner does not travel on Air India flights: এয়াৰ ইণ্ডিয়াৰ বিমানত নুঠে ডেভিদ ৱাৰ্ণাৰ
News

David Warner does not travel on Air India flights: এয়াৰ ইণ্ডিয়াৰ বিমানত নুঠে ডেভিদ ৱাৰ্ণাৰ

June 15, 2025
What flight attendants do during takeoff and landing: বিমান উঠা-নমাৰ সময়ত কি কৰে বিমানকর্মীয়ে !
News

What flight attendants do during takeoff and landing: বিমান উঠা-নমাৰ সময়ত কি কৰে বিমানকর্মীয়ে !

June 15, 2025
Anand Rashibachia arrested in Meerut:উত্তৰ প্ৰদেশৰ মিৰাটত তিনিচুকীয়া আৰক্ষীৰ সফল অভিযান
News

Anand Rashibachia arrested in Meerut:উত্তৰ প্ৰদেশৰ মিৰাটত তিনিচুকীয়া আৰক্ষীৰ সফল অভিযান

June 15, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d