■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷
ADVERTISEMENT
■ ৰাজ্যত পুনৰ ১৩ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।
■ সম্প্ৰতি আক্ৰান্ত লোকসকল আছিল সৰুসজাই কোৱাৰেন্টাইন কেন্দ্ৰত।
■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷
■ ৰাজ্যত কৰ’না ৰোগীৰ সংখ্যা ১৫৪ জনলৈ বৃদ্ধি ৷
■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ৪১জন, চিকিৎসাধীন হৈ আছে ১০৭ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰিজন ৷ বহি:ৰাজ্যৰ দুজন |