Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

    বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

    Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

    Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

    অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

তলাবন্ধৰ অনুভৱ ঃ ড° দীননাথ বসুমতাৰী

publisher by publisher
May 23, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
তলাবন্ধৰ অনুভৱ ঃ ড° দীননাথ বসুমতাৰী
6
SHARES
61
VIEWS
ShareShareShareShare

যোৱা প্ৰায় দুমাহ ধৰি টিভি, দৈনিক বাতৰিকাকত আদিত সমগ্র বিশ্বত কৰ’না ভাইৰাছৰ তাণ্ডৱ, বিভীষিকা, সংহাৰী ৰূপ অবিৰতভাৱে সম্প্ৰচাৰ কৰি অহা দেখি দেখি প্ৰথম অৱস্থাত অজান আশংকা আৰু ভয় ভাৱে আবৰি ধৰিছিল। কিছু আতংকিত হৈছিলো বুলি ক’লেও বৰ বেছি নিশ্চয় ভুল কোৱা নহ’ব । মৃত্যুভয় নো কাৰ নাথাকে? কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰে কৈ গৈছে -‘মৰিতে চাহি না আমি এই সুন্দৰ ভুৱনে, মানৱেৰ মাঝে আমি বাচিবাৰে চাই।’ বহু জনমৰ মূৰতহে হেনো মানৱ জন্ম লাভ কৰিব পাৰি। গতিকে তেনে এটা অমূল্য জীৱন অবাবত হেৰুৱাব নোৱাৰি । কৰ’না ভাইৰাছত আক্ৰন্ত হৈ মানুহ যিটো হাৰত সমগ্ৰ বিশ্বত মৃত্যুক আঁকোৱালি ল’বলৈ ধৰিছে, অসহায় হৈ পৰিছে, মানৱ জাতিৰ বাবে ই সঁচাকৈ অতি দুৰ্ভাগ্যজনক। লাহে লাহে অৱশ্যে মৃত্যুৰ স’তে অভ্যস্ত হৈ আহি আছো ।

ADVERTISEMENT

এজন অদৃষ্টবাদী লোকৰ দৰে ক’বলৈ মন গৈছে, মৃত্যু থাকিলে ঘৰত বহি থাকিলেও মৰিব লাগিব, মৃত্যুক কোনেও বাধা দি ৰাখিব নোৱাৰে। জন্মিলে মৃত্যু আহিবই, ই অৱধাৰিত, জন্ম মৃত্যু চিৰশাশ্বত। সেয়ে মৃত্যুভয়, আতংক ক্ৰমাৎ হ্ৰাস পাই আহিছে, অৰ্থাৎ পূৰ্বৰ দৰে ই তীব্ৰ হৈ থকা নাই। ইয়াৰ অৰ্থ এইটো নহয় যে ভয় একেবাৰে নাইকিয়া হৈছে, বৰঞ্ছ কোৱা যায় ভয় তথা আতংকৰ মাত্ৰা পূৰ্বৰ তুলনাত কিছু হ’লেও হ্ৰাস পাইছে। মৃত্যুও জীৱনৰে এটা অংগ বুলি ভাবিবলৈ লৈছো। সেয়ে এইবোৰক লৈ ভাবি নাথাকি, আগলৈ যি হয় হৈ থাকক বুলি এৰি দি কিছুমান কাম হাতত লৈছো। মহামাৰী কোনোকালে নোহোৱা-নোপোজা নহয়। পূৰ্বতেও এনে মহামাৰী আহিছিল, হেজাৰ হেজাৰ, লাখ লাখ মানুহ মৃত্যুমুখত পৰিছিল। পূৰ্বতে আজিৰ দৰে প্ৰচাৰ মাধ্যম নাছিল বাবে সেইবোৰৰ খবৰ মানুহৰ ওচৰলৈ গৈ পোৱা নাছিল।সেইবোৰৰ খবৰ মানুহৰ ওচৰলৈ গৈ পোৱা নাছিল ।সেয়ে ইয়াৰ ভয়াবহতা মানুহে অনুভৱ কৰিব পৰা নাছিল ।

RelatedPosts

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

HSLC Result 2026:প্ৰকাশ পালে মেট্ৰিক পৰীক্ষাৰ ফলাফল

সমগ্ৰ বিশ্বব্যাপী আজি ইমান সংখ্যক লোকৰ মৃত্যু ঘটা দেখি যিধৰণে বিশ্ববাসী তথা দেশ বিদেশৰ মানুহ আতংকত কঁপি উঠিছে তেনেদৰে কঁপি উঠা নাছিল । চন, তাৰিখ ঠিক ক’ব নোৱাৰিম, কিন্তু এইটো ঠিক মই মোৰ বক্তিগত জীৱনতো তেনে মহামাৰীৰ সন্মুখীন হোৱাৰ জীৱন্ত অভিজ্ঞতা আছে।পঞ্চম নে ষষ্ঠ (খুব সম্ভৱ ১৯৬৭/৬৮ হব পাৰে) শ্ৰেণীত পঢ়ি থকা কালত আমাৰ গাঁৱত কলেৰা মহামাৰী হৈছিল। দুই – এদিনৰ ভিতৰতে কাল ধুমুহাৰ দৰে ই আমাৰ সৰু গাঁওখনক ছানি পেলাইছিল। ইয়াৰ তাৎক্ষণিক আক্ৰমণ আৰু ভয়াবহতা ইমানেই তীব্ৰ আছিল যে মানুহে তলকিবই পৰা নাছিল। এই মহামাৰীত মোৰ নিজৰ দুই সহোদৰ কনিষ্ঠ ভাতৃ ক্ৰমে নৰেন আৰু বীৰেনে (তেতিয়া সিহঁতৰ বয়স খুব সম্ভৱ ক্ৰমে ছয় – চাৰি বছৰমানহে আাছিল) অতি কৰুণভাৱে মৃত্যুক আঁকোৱালি লবলগীয়া হৈছিল। পৃথিৱীৰ সৌন্দৰ্য উপভোগ কৰিম বুলি বহু পূণ্যৰ বলত মানৱ জীৱন লাভ কৰা এমা ডিমা দুই সন্তানক অকালতে হেৰুৱাবলগীয়া হোৱাত সেই সময়ত মাৰ হৃদয় ভাঙি চূৰমাৰ হৈছিল। মই নিজেও এই ৰোগত বৰ বেয়াকৈ আক্ৰান্ত হৈছিলো । বহুদিন ধৰি বিছনাত পৰি আছিলোঁ ।

কৰ’না ভাইৰাছৰ বিভীষিকাৰ সময়ত ব্যক্তিগত জীৱনত পাই অহা অতীতৰ সেইবোৰ লোমহৰ্ষক ঘটনা আজিও চকুৰ আগত এটা এটাকৈ ভাঁহি উঠে । সেই সময়ত কলেৰাই কিমান লোকৰ প্ৰাণ কাঢ়ি লৈ গৈছিল তাক জানিব পৰাকৈ তেতিয়া প্ৰচাৰ মাধ্যম ইমান সক্ৰিয় নাছিল। আজিৰ কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰু তেতিয়াৰ কলেৰাৰ সংক্ৰমনৰ গতি প্ৰকৃতিৰ মাজত কি পাৰ্থক্য বা মিল আছে তাক ক’ব পৰাকৈ মোৰ চিকিৎসা জ্ঞান নাই, কিন্তু এইটো ঠিক যে তেতিয়াৰ দিনত আজিৰ দৰে ঘৰৰ ভিতৰত সোমাই থাকিবলগীয়া হোৱা নাছিল বা তলাবন্ধ জাতীয় বন্ধ ঘোষণা কৰা হোৱা নাছিল, যাৰবাবে আক্ৰান্ত নোহোৱা লোকে আজিৰ দৰে ঘৰৰ ভিতৰত সোমাই থাকি জীৱন দুৰ্বিসহ কৰি তুলিবলগীয়া হোৱা নাছিল। অৱশ্যে এইটো ঠিক যে সেইসময়ত তেনে ব্যৱস্থা ল’ব জানিলে হয়তো মানুহৰ মৃত্যুৰ সংখ্যা বহুত কম হলহেঁতেন। সেইবোৰ যিয়েই নহওক, কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দিনত ঘোষণা কৰা তলাবন্ধই আজিৰ দিনত বিভিন্নজনৰ মাজত বিভিন্ন ধৰণে প্ৰভাৱ পেলাইছে।

চকুৰ আগত ৰিক্সা ঠেলা চলোৱা মোৰ চিনাকি সৰু সৰু মানুহবোৰ যিবিলাকৰ ৰিক্সাত উঠি মই মাজে মাজে বজাৰলৈ গৈছিলো, কথা পাতিছিলো তেওঁলোক আজি কৰ্মহীন। তেওঁলোকৰ ঘৰ সংসাৰ কেনেকৈ চলিছে খবৰ ল’বলৈ পোৱা নাই। মোৰ নিজৰ গাঁৱৰ গৰীব, স্বল্প আয়ৰ কৃষকসকলৰো পানীত হাঁহ নচৰা হৈছে। মোৰ অতি আপোন গাঁৱলৈ যাব পৰা নাই। দূৰৰ পৰা কোনে কি খাইছে জনাৰ উপায় নাইকিয়া হৈ পৰিছে। বড়ো মাধ্যমত পঢ়া শুনা কৰা মোৰ গাঁৱৰ দুখীয়া ল’ৰা ছোৱালী বিলাকে কোন টিভি চেনেলত কিম্বা স্মার্ট ফোনত ইউটিউবযোগে অনলাইনত পাঠ গ্ৰহণ কৰিব? পঢ়া শুনাত এনেয়ে পিছপৰা এইসকল জনজাতি লোকে ভৱিষ্যতৰ কথা কেনেকৈ চিন্তা কৰিব? কিছুমান অসাধু লোকে ইতিমধ্যে বজাৰত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অধিক মূল্যত নিত্যব্যৱহাৰ্য সামগ্ৰী বিক্ৰী কৰিবলৈ লৈছে। আনহাতে, চৰকাৰী বিষয়া কৰ্মচাৰী সকলে কাম নকৰাকৈয়ে ঘৰত বহি মাহৰ দৰমহা লৈ ল’ৰা-ছোৱালীক লৈ দিনবোৰ পাৰ কৰিছে। কৰ্মসংস্কৃতি এতিয়া ধোঁৱাচাঙত। দেশৰ ভৱিষ্যত কোনফালে গতি কৰি আছে, ঘৰত বহি বহি সেইবোৰ ভাবি পাৰ নোপোৱা হৈছো ।

১৫/২০ দিনমান ধৰি ৰেড জ’নত থাকি ঘৰতে জেলৰ কয়দীৰ দৰে আৱদ্ধ হৈ আছিলো। বাহিৰত সান্ধ্য আইন। যাম বুলি ক’লৈকো যাব নোৱাৰি । উচিত অনুচিত সেইবোৰ অন্য কথা। এতিয়া অৱশ্যে গ্ৰীন জ’ন হিচাপে ঘোষণা কৰা হৈছে। চৰকাৰীভাৱে কিছু শিথিল কৰি দিয়া হৈছে। তথাপি বাহিৰলৈ ওলোৱা-সোমাৱাত বহু প্ৰতিবন্ধকতা মানি চলিবলগীয়া আছে। গতিকে মনটো ভাল লাগক বুলি ঘৰত থাকি ঘৰুৱা দুই-এটা কামত পৰিবাৰক সহায় কৰিবলৈ লৈছো। মানসিক অশান্তিৰ মাজত থাকিও এই বন্ধৰ মাজত মোৰ বড়ো জাতিৰ ইতিহাস, ভাষা-সংস্কৃতি আৰু খীষ্টান মিছনেৰী গ্ৰন্থখনৰ বজাৰ চাহিদালৈ চাই (প্ৰকাশৰ ছটা মাহৰ ভিতৰতে সকলোবোৰ কপি শেষ হয়) পৰিৱৰ্ধিত সংস্কৰণ প্ৰকাশৰ কাম হাতত লৈছিলো যদিও উপৰোক্ত কথাবোৰে আহি বাৰে বাৰে হেঁচা দি থকাৰ বাবে বাধাপ্ৰাপ্ত হৈছো ।

ভূটান পৰ্বতৰ সুউচ্ছ শিখৰৰ পৰা তীব্ৰ গতিৰে নামি অহা আইনদী, নাঙলভাঙা, হুৰহুতি আৰু কানামাক্ৰাৰ প্ৰবল গৰাখহনীয়াৰ প্ৰকোপত প্ৰতিবছৰে কিদৰে তাৰ পাৰত যুগ যুগ ধৰি বসবাস কৰি অহা বড়ো আৰু অন্যান্য জাতি জনগোষ্ঠীৰ লোকসকল গৃহহীন হৈ, উদ্বাস্তু হৈ খেতিৰ মাটি বিচাৰি দিহিঙে দিপাঙে ঘূৰি ফুৰি জীয়াই থকাৰ বাবে সংগ্রাম কৰিবলগীয়া হৈছে। তাৰেই পটভূমিত বড়ো ভাষাত এখন উপন্যাস লিখিবলৈ লৈছিলো। দুই তৃতীয়াংশ লিখাও হৈছিল। লিখিবলৈও এটা মানসিক পৰিৱেশ লাগে। অৱশ্যে তাৰ মাজতে বড়ো ভাষাত এখন কবিতা সংকলন আৰু বড়ো ভাষা সংস্কৃতিৰ ওপৰত গৱেষণাধৰ্মী এখন গ্ৰন্থ(বড়ো ভাষাত) সম্পূৰ্ণ কৰিব পাৰিম যেন লাগিছে। অসমীয়াত লিখা নিজৰে গ্ৰন্থ বড়ো ভাষালৈ অনুবাদ কৰিবলৈ লৈছো।

তলাবন্ধৰ সময়ছোৱাত মোৰ আটাইতকৈ বেছি বেয়া লগা কথাটো হ’ল, তলাবন্ধৰ বাবে সকলোফালে উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত পেটৰ ভোকত এগৰাকী বৃদ্ধাই নিতৌ পুৱাই পাচি ভৰাই শাক পাচলি আগ কঁকাল বেঁকা কৰি মূৰত তুলি ঘামি জামি ‘বাবু শাক ৰাখক’ বুলি দুৱাৰমুখত আশাৰে ৰৈ থাকেহি । তেওঁৰ কষ্ট দেখি কেতিয়াবা অলপ সহায় হওক বুলি দুমুঠিৰ ঠাইত চাৰি/পাঁচ মুঠি ৰাখি থওঁ। তেওঁৰ মুখত ভাঁহি উঠা মুখখনিলৈ চাওঁ, কিমান আনন্দ আৰু মানসিক তৃপ্তিৰে তেওঁ পইচা খিনি বুকুৰ মাজত ভৰাই লয়। পৰিবাৰেও আজিলৈ মোক এই লৈ একো হকা বাধা কৰা নাই। তেওঁতো এগৰাকী নাৰী। এনেয়েনো সদায় কিমান জনক সহায় কৰিম ! ল’ৰাটো বাহিৰত থাকে। তাকে লৈ মাক সদায় চিন্তাত থাকে। ছোৱালীক লৈ তিনিজনীয়া সংসাৰত শাক এমুঠি হ’লেই চলি যায় । খোৱাৰ নামত খৰছ কমিছে। তদুপৰি আজিকালি ফাষ্ট ফুড খোৱা ল’ৰা ছোৱালীবিলাকে এনেয়েও শাক ভাল নাপায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM FIGHTS CORONACovid-19FIGHT AGAINST COVID-19Lockdown
publisher

publisher

Related Posts

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ
News

Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ৩ বাইক আৰোহীৰ

April 25, 2026
বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস
India

বিজেপিত যোগদানৰ ২৪ ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাৰ ১০ লাখ ফ’ল’ৱাৰ হ্ৰাস

April 25, 2026
Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু
News

Two prisoners died mysteriously in Nagaon: নগাঁৱৰ দুখনকৈ কাৰাগাৰত দুই কয়দীৰ ৰহস্যজনক মৃত্যু

April 25, 2026
Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি
News

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

April 25, 2026
অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম
News

অষ্ট্ৰেলিয়াৰ পথত অগ্ৰসৰ নৰৱে, ১৬ অনূর্ধ্ব বয়সৰ বাবে নিষিদ্ধ হ’ব সামাজিক মাধ্যম

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d