ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৫৯৫ জনলৈ বৃদ্ধি

EY61XwVU0AApVum

■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

■ ৰাজ্যত পুনৰ ৪৭ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।

■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ২১ জন গোলাঘাটৰ,৪ জন লখিমপুৰৰ, ৮ জন মৰিগাঁৱৰ, ৩ জন গোৱালপাৰাৰ, ১ জন হোজাইৰ, ১ জন এমএমচিএইচ, ২ জন কাৰ্বি আংলঙৰ আৰু ৫ জন নগাঁৱৰ।

■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ৬২ জন, চিকিৎসাধীন হৈ আছে ৫২৬ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰিজন ৷

Exit mobile version