ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৭৭৪ জনলৈ বৃদ্ধি

WhatsApp Image 2020 05 27 at 6.43.14 PM

■ ৰাজ্যত প্ৰতিটো মূহুৰ্ততে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷

■ ৰাজ্যত পুনৰ ১০ জনৰ দেহত কৰ’নাৰ অৱস্থিতি ।

■ সম্প্ৰতি আক্ৰান্ত লোকসকলৰ ৯ জন চৰাইদেউৰ আৰু ১জন শিৱসাগৰৰ।

■ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনালে এই কথা ৷

■ ইয়াৰ বিপৰীতে সুস্থ হৈছে ৬২ জন, চিকিৎসাধীন হৈ আছে ৬৪৫ জন আৰু কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হৈছে চাৰিজন ৷

Exit mobile version