ৰাজ্যত পুনৰ ৩০ জন আক্ৰান্ত

WhatsApp Image 2020 05 29 at 1.25.58 PM

ৰাজ্যত ৯১০জনলৈ লৈ বৃদ্ধি পালে ক’ভিড-১৯ত আক্ৰান্ত হোৱা ৰোগীৰ সংখ্যা। শুক্ৰবাৰে দিনত পুনৰ ৩০জন লোকৰ শৰীৰত ধৰা পৰে এই মাৰাত্মক কৰ’না ভাইৰাছৰ সংক্ৰমণ । এই সকলৰ ভিতৰত ১৬জন গোলাঘাট, ছজন কৰিমগঞ্জ, দুজনকৈ লখিমপুৰ, কাছাৰ, হাইলাকান্দি আৰু কাৰ্বি আংলং জিলা। উল্লেখ্য যে এই পৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত মুঠ ৮০০ জন লোক এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ১০৩ জন সুস্থ হৈ চিকিৎসালয়ৰ পৰা মুক্তি লাভ আৰু চাৰিজন মৃত্যু মুখত পৰিছে ৷

ADVERTISEMENT
Exit mobile version