সোমবাৰৰ পৰা পুনৰ চলাচল আৰম্ভ হৈছে গুৱাহাটী-উত্তৰ গুৱাহাটী আৰু মাজুলী-যোৰহাট সংযোগী ফেৰীসেৱা। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমাৎ হ্ৰাস পাব ধৰাত পুনৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে । উল্লেখ্য যে কৰ’না ভাইৰাছৰ সকলো সতৰ্কতামূলক ব্যৱস্থাৰ মাজেৰে প্ৰতিখন ফেৰীয়ে ৫০ শতাংশ যাত্ৰীলৈহে চলাচল কৰিব পাৰিব
ADVERTISEMENT