Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

চুৰি কৰি নিয়া মটৰ চাইকেল গৰাকীক ওভতাই দিলে কোৰিয়াৰযোগে

publisher by publisher
June 2, 2020
in COVID-19, News
Reading Time: 1 min read
0
চুৰি কৰি নিয়া মটৰ চাইকেল গৰাকীক ওভতাই দিলে কোৰিয়াৰযোগে
1
SHARES
6
VIEWS
ShareShareShareShare

চোৰে চুৰি কৰি নিয়া মটৰ চাইকেল এখন অৱশেষত কোৰিয়াৰযোগে ওভতাই দিলে গৰাকীক। তামিলনাডুৰ কইম্বাট’ৰত সংঘটিত হৈছে এই অকল্পনীয় ঘটনাটো। মটৰ চাইকেল গৰাকী সুৰেশ কুমাৰে দুসপ্তাহৰ মূৰত কালি ওভতাই পায় চুৰি হোৱা মটৰ চাইকেলখন। যোৱা ১৮ মে’ত নিজ কৰ্মস্থলীৰ পৰা চুৰি হৈছিল সুৰেশৰ মটৰ চাইকেলখন। মটৰ চাইকেলখন চুৰি কৰিছিল প্ৰশান্হ (৩০) নামৰ এজনে। প্ৰশান্হ ঘৰ একেখন ৰাজ্যৰে মান্নাৰগুডিত।কইম্বাট’ৰৰ এখন বেকাৰীত কাম কৰে যুৱকজনে। তলাবন্ধৰ বাবে ঘৰলৈ উভতিবলৈ কোনো ব্যৱস্হা কৰিব নোৱৰা প্ৰশান্তই অৱশেষত মটৰ চাইকেল এখন চুৰি কৰিবলৈ সিদ্ধান্ত লয়। সেই অনুসৰিয়ে প্ৰশান্হই মটৰ চাইকেলখন চুৰি কৰে। সুৰেশ কুমাৰৰ মটৰ চাইকেলখনেৰেই প্ৰশান্হ গৈ উপস্থিত হয় ঘৰত।

ADVERTISEMENT

যোৱা ১৮ মে’ত সুৰেশ কুমাৰে(৩৪) স্হানীয় কাম্বামপালায়াম পিৰিভূস্হিত কাৰখানাৰ সন্মুখত মটৰ চাইকেলখন ৰখাই থৈ কামত ব্যস্ত হৈ পৰিছিল । দুপৰীয়া প্ৰায় এক বজাত কাৰখানাৰ পৰা বাহিৰলৈ ওলাই আহি সুৰেশে দেখে ৰখাই থোৱা স্হানত মটৰ চাইকেলখন নাই। কাৰখানাৰ কাষতে থকা এখন দোকানত সংস্হাপিত চিচি টিভিৰ দৃশ্য পৰীক্ষা কৰাৰ পাছত এজন যুৱকে মটৰ চাইকেলখন লৈ যোৱাটো স্পষ্ট হয় । সুৰেশে এই চুৰি কাণ্ড সন্দৰ্ভত স্হানীয় চুলুৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰে। কৰ’নাক লৈ ব্যস্ত থকা আৰক্ষীয়ে সেই সময়ত গোচৰটোৰ সন্দৰ্ভত বিশেষ তদন্তৰ পৰিৱৰ্তে তলাবন্ধ শেষ হোৱালৈ সুৰেশক অপেক্ষা কৰিবলৈ কয়। কিন্তু মটৰ চাইকেলখন বিচাৰি সুৰেশে নিজস্বভাৱে আৰম্ভ কৰে অভিযান। চিচি টিভিৰ দৃশ্যৰ পৰা প্ৰশান্হৰ ছবি সংগ্ৰহ কৰি ভাইৰেল কৰি দিয়ে হোৱাইটছ এপত। ইয়াৰ পাছতে সুৰেশে ফলাফলো লাভ কৰে তৎকালীনভাৱে। সংগ্ৰহ কৰিবলৈ সক্ষম হয় প্ৰশান্হৰ ঠিকনা।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

‘লকডাউনৰ কোনো প্ৰস্তাৱ নাই, সকলো উৰাবাতৰি’! 

দেশত আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ তামিলনাডু আৰু পশ্চিমবঙ্গত আঠ জন আটক

তামিলনাডুৰে টিৰুভাৰুৰ জিলাৰ মান্নাৰগুডিৰ গাঁৱত থকা প্ৰশান্হৰ ঘৰত গৈ উপস্থিত হয় সুৰেশ; কিন্তু প্ৰশান্হক লগ পোৱাত ব্যৰ্থ হয়। সকলো কথা পাছত জানিব পাৰি প্ৰশান্হই মটৰ চাইকেলখন ওভতাই দিয়াৰ সিদ্ধান্ত লয়। মটৰ চাইকেলখনৰ পঞ্জীয়নপত্ৰৰ পৰা প্ৰশান্হই সংগ্ৰহ কৰে সুৰেশৰ ঠিকনা। ইয়াৰ পাছত কোৰিয়াৰযোগে গৰাকীলৈ প্ৰেৰণ কৰে মটৰ চাইকেলখন। সেই অনুসৰি কইম্বাট’ৰৰ চুলুৰস্হিত সুৰেশ কুমাৰক কালি কুৰিয়াৰ প্ৰতিষ্ঠানৰ পৰা ফোনযোগে যোগাযোগ কৰা হয়। আইনগত দিশৰ পৰা নিজকে সুৰক্ষিত কৰিবলৈ প্ৰশান্হই মটৰ চাইকেলখন ওভতাই দিবলৈ লোৱা সিদ্ধান্তৰ কথাও কয় কোৰিয়াৰ প্ৰতিষ্ঠানটোৰ লোকে। ভাল অৱস্থাতে পুনৰ নিজৰ মটৰ চাইকেলখন ওভতাই পোৱাত সুৰেশ কুমাৰে আৰক্ষী থানাত দিয়া গোচৰো প্ৰত্যাহাৰ কৰে। কিন্তু সুৰেশ কুমাৰে কোৰিয়াৰ প্ৰতিষ্ঠানটোক ১৪০০ টকা দিবলগীয়া হয় মটৰ চাইকেলখন ঘৰলৈ প্ৰেৰণ কৰাৰ ভাড়া হিচাপে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Covid-19LockdownTAMIL NADU
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d