Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ক’ভিড-১৯ক লৈ হেতালি খেলিছে যোৰহাটৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে

publisher by publisher
June 8, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
ক’ভিড-১৯ক লৈ হেতালি খেলিছে যোৰহাটৰ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে
1
SHARES
12
VIEWS
ShareShareShareShare

যোৰাহাট জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বাবেই কৰ’না সংক্ৰমণৰ ভয়াবহতাই এতিয়া তিতাবৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বহিঃৰাজ্যৰ পৰা অহা এজন যুৱকক চৰকাৰী ব্যৱস্হাৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰপৰা ঘৰলৈ পঠোৱাৰ পিচতে স্বাস্হ্যবিভাগৰ প্ৰতিবেদনত কৰ’না পজিটিভ নিশ্চিত হোৱাত তীব্ৰ আতংকই বিৰাজ কৰিছে। অনুসন্ধান কৰি জানিব পৰা মতে তিতাবৰৰ বৰপাচি গাঁৱৰ যুগল কছাৰী আৰু তিতাবৰ পৌৰসভা এলেকাৰ সত্যব্ৰত দত্ত নামৰ যুৱক দুজন বহিঃৰাজ্যৰপৰা আহি যোৰহাটৰ ৰজাবাৰীত এন আই ডিত কোৱাৰেন্টাইনত ৰাখিছিল।

ADVERTISEMENT

যুগল কছাৰীয়ে দিল্লীৰ আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানত চিকিউৰিটী গাৰ্ডৰূপে কাৰ্যনিৰ্বাহ কৰাৰ বিপৰীতে সত্যব্ৰত দত্তই পঞ্জাৱৰ লুধিয়ানাত এটা ছফটৱেৰ কোম্পানীত অভিযন্ত্ৰাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। যোৱা ৩১ মাৰ্চ তাৰিখে দুয়োজনে ৰে’লযোগে মৰিয়নিত নমাৰ পাছত তিতাবৰ অসামৰিক চিকিৎসালয়ত দুয়োজনৰে স্বাব পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰি দুয়োজনকে যোৰহাটৰ ৰজাবাৰী এন আই ডিত চৰকাৰী কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

Gaurav Gogoi:যোৰহাটত কংগ্ৰেছৰ ‘সময়ৰ পৰিৱৰ্তন যাত্ৰা’ত গৌৰৱ গগৈৰ ইংগিত কংগ্ৰেছৰ ৪০ আসনৰ প্ৰাৰ্থীৰ নাম চুড়ান্ত

এসপ্তাহ কোৱাৰেণ্টাইন থকাৰ পাছত দুয়োজনকে দেওবাৰে যোৰহাট চিকিৎসা বিদ্যালয়ৰ চিকিৎসক ডাঃ এ কে শইকীয়াই ক’ভিড নিগেটিভ বুলি হোম কোৱাৰেণ্টাইনৰ বাবে পঠিয়াই দিয়ে। কিন্তু দুৰ্ভাগ্যজনকভাৱে নিশা ৯ বজাত যুগল শইকীয়াৰ স্বাস্হ্য পৰীক্ষাৰ নমুনাত ক’ভিড পজিটিভ বুলি প্ৰতিবেদন অহাত যোৰহাট জিলা প্ৰশাসন আৰু স্বাস্হ্যবিভাগৰ থৰকাছুটি হেৰায়। প্ৰশাসনে নিজৰ ব্যৰ্থতা আৰু চৰম দায়িত্বজ্ঞানহীনতা ঢাকিবলৈ বিভিন্ন কূটকৌশল কৰিও জনচক্ষুৰপৰা বিষয়টো লুকুৱাব নোৱাৰিলে।

কাৰণ দিনৰ ২ বজাৰপৰা নিশা ৯ বজালৈকে বহু দেৰি হৈ গৈছিল। ৭ ঘণ্টাৰ এই ব্যৱধানত যোৰহাটৰপৰা তেওঁলোক দুয়োজনকে লৈ অহা গাড়ীখনৰ চালক পাপু শইকীয়াৰপৰা জানিব পৰা মতে যুগল শইকীয়া নামৰ যিগৰাকী ব্যক্তিৰ কৰ’না পজিটিভ বুলি খবৰ ওলাইছে সেইগৰাকী ব্যক্তিয়ে কালি যোৰহাটৰপৰা তিতাবৰৰ বৰপাচিলৈ অহা যাত্ৰাপথত বিভিন্ন স্হানত নামি বিভিন্নজনৰ সংস্পৰ্শলৈ আহিছিল। প্ৰথমে তেওঁ তিতাবৰৰ ষ্টেচন তিনিআলিত নামি “প্ৰবীনচ” নামৰ এখন শ্বপিং ম’লত বজাৰ কৰে আৰু পাপু শইকীয়াই নিজে এখন পাণ দোকানত পাণ খায়। ইয়াৰ পিছতে তেওঁলোকৰ লগত সহযাত্ৰী হৈ অহা সত্যব্ৰত দত্তক গাড়ীৰপৰা নমাই বৰহোলা দিশেৰে গতি কৰোতে তিতাবৰ তিনিআলিৰ মাজগাঁৱৰ এচবিআই এ টি এমৰ পৰা পইচা উলিয়ায়।

এ টি এমৰপৰা টকা সংগ্ৰহ কৰাৰ পাছত যুগল শইকীয়াই পুনৰ মাধপুৰত গাড়ী ৰখাই এখন ৱাইন শ্ব’পত প্ৰৱেশ কৰাৰ পাচত পাপু শইকীয়াই বৰপাচিৰ নিজা ঘৰত নমাই তেওঁ পুনৰ মাধপুৰৰ নিজ ঘৰলৈ উভতি আহে। কিন্তু নিশা ৯ বজাত পাপু শইকীয়াক তিতাবৰৰ প্ৰশাসনৰ কোনো বিশেষ বিষয়াই কথা আছে বুলি ততালিকে তিতাবৰ অসামৰিক চিকিৎসালয়লৈ গাড়ীখন লগত লৈ আহিবলৈ নিৰ্দেশ দিয়ে। চিকিৎসালয়ত উপস্হিত হোৱাৰ পাছত প্ৰশাসনৰ লোকে তেওঁক ৭২ ঘণ্টা চিকিৎসালয়ত কোৱাণ্টাৰাইন হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। অন্যহাতে সত্যব্ৰত দত্ত নামৰ লোকজনকো চিকিৎসালয় কৰ্তৃপক্ষই নিজৰ জিম্মাত লয়।

যুগল শইকীয়াক নিশাই ১০৮ গাড়ীৰে আনি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ততালিকে স্বাস্হ্যবিভাগৰ লোকে ভৰ্ত্তি কৰোৱায়। দেওবাৰে নিশাৰ ভাগত সংঘটিত হোৱা এই ঘটনাৰ পাচতে তিতাবৰত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। প্ৰশাসনে তাৎক্ষণিকভাৱে তিতাবৰৰ প্ৰবীনচ শ্বপিং ম’ল, এ টি এম আৰু মাধপুৰৰ ৱাইন শ্বপখন দুদিনৰ বাবে বন্ধ কৰিছে। অন্যহাতে ব্যক্তিকেইজনৰ পৰিয়ালসমূহকো হোম কোৱাৰাণ্টাইনত থাকিবলৈ প্ৰশাসনে নিৰ্দেশ দিছে।

সাতঘণ্টাৰ সময়ৰ ব্যৱধানত ক’ৰ’না আক্ৰান্ত ব্যক্তিগৰাকীৰ সংস্পৰ্শলৈ কোন কোন ব্যক্তি আহিছিল তাৰো তদন্ত আৰম্ভ কৰিছে। সমান্তৰালভাৱে স্বাস্হ্য পৰীক্ষাৰ সম্পূৰ্ণ প্ৰতিবেদন নিশ্চিত নোহোৱাকৈ কিয় আৰু কি পৰিস্হিতিত ব্যক্তিজনক ঘৰলৈ অহাৰ অনুমতি প্ৰদান কৰিলে তাক লৈ ব্যাপক অসন্তুষ্টিয়ে বিৰাজ কৰিছে। অন্য এক খবৰ অনুসৰি তিতাবৰৰ চৰাইপানী বাগানতো বহিঃৰাজ্যৰপৰা অহা অন্য এগৰাকী যুৱতীৰ দেহত ক’ৰ’না পজিটিভ অহা বুলি নিশ্চিত হৈছে। দিল্লীৰপৰা অহা যুৱতীগৰাকীয়ে নিজৰ ঘৰতে হোম কোৱাণ্টাৰাইনত আছিল বুলি প্ৰশাসনে জানিবলৈ দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamASSAM CORONA VIRUSCorona VirusCovid-19JORHATlock down
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d