বন্ধ কোঠাত অধিক সময় সক্ৰিয় হৈ থাকে কৰ’না ভাইৰাছ

covid19

দিন অতিবাহিত হোৱাৰ সমান্তৰালকৈ কৰ’না ভাইৰাছ কাৰণে দিয়া তলাবন্ধ বহু পৰিমাণে শিথিল হৈছে ৷ মাস্ক পৰিধান কৰা, হাত ধোৱা আদিবোৰৰ ক্ষেত্ৰত আদি কিমান সজাগ ৷ কাৰণ, চৰকাৰে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিলেও এতিয়াও একাংশ লোকে মাস্কখন মুখৰ পৰিৱৰ্তে ডিঙিত পৰিধান কৰে ৷ এই সন্দৰ্ভত কৰ’না ভাইৰাছৰ ক্ষেত্ৰত ল’ব লগা কিছু সাৱধানতাৰ সম্পৰ্কত স্কটলেণ্ডৰ চিকিৎসক ড° মুগে সেবিকে দিয়া কিছু নীতিনিয়ম চাও আহক।

Exit mobile version