প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল |
ADVERTISEMENT
বাঘজানৰ ঘটনাৰ সংক্ৰান্তত দায়বদ্ধতা প্ৰকাশ কৰা নাই চৰকাৰে |
ৰাইজৰ দাবীৰ ভিত্তিহে মুখ্যমন্ত্ৰী বাঘজানলৈ যাবলৈ উলাইছে|
অদক্ষ লোক নিয়োজিত হৈ থকাৰ বাবেই এই দুৰ্ঘটনা |
ঘটনা চিবিআইৰ তদন্তৰ দাবী |
ক’ল ইণ্ডিয়াৰ ক্ষেত্ৰতো মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ |
জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে কেৱল নতুন খনৰৰ অনুমতি বাতিলৰ দাবী উঠিছে |
ক’ল ইণ্ডিয়া বন্ধ কৰিবলৈ কোনেও দাবী জনোৱা হোৱা নাই |