- গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷
- কিডনীত হোৱা পাথৰৰ কাৰণে প্ৰচণ্ড পেটৰ বিষত ভূগিছিল ড° শৰ্মাই
- ইয়াৰ পিছতেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰে ড° শৰ্মাই ৷
- চেলাইন আৰু বেজি লোৱাৰ পিছতহে বিষৰ পৰা উপশম পায় স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাই ।
- সম্প্ৰতি চিকিৎসকে ড° শৰ্মাক জিৰণি ল’বলৈ আহ্বান কৰিছে ৷
- উল্লেখযোগ্য যে কৰ’না মহামাৰীৰ সময়ত অত্যন্ত সজাগ, সতৰ্কতাৰে জনসাধাৰণৰ মাজত সক্ৰিয় হৈ সেৱা আগবঢ়াইছে স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাই।
ADVERTISEMENT