কৰ’না মহামাৰীৰ মাজতে উচ্চতম ন্যায়ালয়ৰ আদেশ মৰ্মে আজি পুৱা ৯ বজাত উলিওৱা হয় ভগৱান জগন্নাথৰ ৰথযাত্ৰা ৷ এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে এই ৰথ যাত্ৰা অংশ ল’বলৈ দিয়া নহ’ব কোনো ভক্তক। ৰথ টনা সকলোৰে কৰাব লাগিব কৰ’না টেষ্ট ৷ ইফালে ইতিমধ্যে সোমবাৰৰ পৰা সমগ্ৰ পুৰীত বলৱৎ কৰা হৈছে ১৪৪ ধাৰা ৷ আনহাতে ৰথ যাত্ৰাৰ সময়ত একেবাৰতে যাতে ৫০০ জন লোকে ৰথ নাটানে তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব ৷ লগতে শীৰ্ষ আদালতে ওড়িছা চৰকাৰক কয় যে পুৰীৰ বাহিৰে যাতে আন ক’তো ৰথযাত্ৰা উলিওৱা নহয় । যদি পৰিস্থিতি নিয়ন্ত্ৰিত নহয় ৷ তেনেহ’লে ৰথযাত্ৰা বাতিল কৰিব লগীয়া হ’বও পাৰে।
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি ভগৱান জগন্নাথৰ ৰথযাত্ৰা
-
By publisher

- Categories: COVID-19, India, News
- Tags: CORONAVIRUSCovid-19Jagannath Puri Rath Yatra 2020LockdownPuri
Related Content
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
By
publisher
April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
By
publisher
April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
By
publisher
April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা 'মহাবীৰ একুৱা' বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
By
publisher
April 29, 2026
Batadrava Than Pressmeet:১ মে'ত বটদ্ৰৱাত অনুষ্ঠিত হ'ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
By
publisher
April 29, 2026