গুৱাহাটীৰ শিলপুখুৰীত পাচলি বিক্ৰেতাৰ দেহত ক’ভিদ-১৯

মহানগৰীৰ শিলপুখুৰীত সম্প্ৰতি কৰ’নাতাংকই দেখা দিছে । অশোক দাস নামৰ পাচলি বিক্ৰেতা এজনৰ দেহত ধৰা পৰিছে কৰ’নাৰ উপস্থিতি । দুদিন আগলৈকে তেওঁ শিলপুখুৰীত পাচলি বিক্ৰী কৰিছিল । যাক লৈ সমগ্ৰ অঞ্চলটোটেই এক আতংকময় পৰিবেশে বিৰাজ কৰিছে । ইতিমধ্যে আৰক্ষীয়ে এক তদন্ত আৰম্ভ কৰিছে । হয়তো বিক্ৰেতাজনৰ পৰা পাচলি লোৱা বহু লোক কোৱাৰেণ্টাইন হ’ব পাৰে।

Exit mobile version