Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কৰ’নাত সুস্থ হৈও নিৰ্যাতনৰ বলী একাংশঃ কিন্তু কেনেকৈ?

publisher by publisher
June 29, 2020
in Assam, COVID-19, News
Reading Time: 1 min read
0
কৰ’না ভীতিয়ে পৰিৱৰ্তন কৰিছে মনোজগত,আচৰণ পৰিৱৰ্তন
13
SHARES
134
VIEWS
ShareShareShareShare

অসমত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধিৰ সমান্তৰালভাৱে সুস্থ হোৱা লোকৰ সংখ্যাও উৰ্ধ্বমুখী হৈছে । ৰাজ্যত সুস্থ হোৱা লোকৰ হাৰ ইতিমধ্যে ৬৯.৫৭ শতাংশলৈ বৃদ্ধি হৈছে । ইয়াৰ পৰিপেক্ষিতত সুস্থ হোৱা লোকৰ হাৰেৰে অসম দেশৰ পাঁচখন ৰাজ্যৰ তালিকাত অন্তভূক্ত হোৱা বুলি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে ৷ কিন্তু এয়া ৰাজ্যত কৰ’নাৰ বিৰুদ্ধে যুঁজৰ “সফলতা”ৰ এটা দিশ ৷ আনটো দিশ অতি উদ্বেগজনক ।এই ৰোগৰ পৰা সুস্থ হৈ অধিকাংশ লোক আক্ৰান্ত হৈছে সামাজিক অসুস্থতাত ৷ আৰোগ্য হৈ চিকিৎসালয়ৰ পাছত আন প্ৰক্ৰিয়াসমূহ পাৰ কৰি স্বগৃহত উপস্থিত হৈছে অধিকাংশ লোক,কিন্তু তাৰ বেছিভাগেই বলি হৈছে সামাজিক অস্পৃশ্যতাৰ ৷ কৰ’নাত আক্ৰান্ত হোৱাটো সেইসকল লোকৰ বাবে যেন এক অপৰাধহে ৷তেনে সামাজিক আচৰণৰ সন্মুখীন হৈছে এই লোকসকল ৷ সুস্থ হৈ উভতি যোৱা ৮০ শতাংশ লোকেই সামাজিক নিৰ্যাতনৰ বলি হোৱা বুলি উদ্বেগেৰে “দৈনিক অগ্ৰদূত”ৰ আগত সদৰী কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ “মনন” আঁচনিখনক নেতৃত্ব দিয়াসকলৰ অন্যতম গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মানসিক ৰোগ বিভাগৰ অধ্যাপিকা তথা চিকিৎসক ড° বৰ্ণালী দাসে ।

ADVERTISEMENT

তেওঁ কয় যে দেশৰ ভিতৰতে প্ৰথম এই আঁচনিখনৰ জৰিয়তে ২২০ জনীয়া এটি বিশেষ প্ৰশিক্ষিত দলে প্ৰতিদিনে কৰ’নাত আক্ৰান্ত আৰু কোৱাৰেন্টাইনত থকা লোকসকলৰ লগত বাৰ্তালাপ কৰি তেওঁলোকৰ মানসিক অৱস্থাৰ বুজ লোৱাৰ উপৰি প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায় ।একেদৰে সুস্থ হোৱাসকলৰ লগতো যোগাযোগ কৰা হয়  । ড° দাসে কয়, ” সুস্থ হৈ ঘৰলৈ যোৱাসকলৰ বেছিভাগেই নতুন এক সমস্যাৰ সন্মুখীন হৈছে। যেনে,কৰ’নাত আক্ৰান্ত হৈছিল বাবেই আজৰ দৰে ঘৰৰ ওচৰৰ দোকানখনে কোনো সামগ্ৰী বিক্ৰী নকৰা হৈছে ,মানুহৰ দৃষ্টিও তেওঁলোকৰ প্ৰতি স্বাভাৱিক নহয় আদি সামাজিক সমস্যাবোৰৰ হৈছে। এইবোৰৰ বিৰুদ্ধে যুঁজাৰু একমাত্ৰ অস্ত্ৰ হৈছে সামাজিক সজাগতা সৃষ্টি ৷ বেছিভাগ আক্ৰান্তই হৈছে বহিঃৰাজ্যৰ পৰা ওভতি অহা লোক ৷ ভৱিষ্যতক লৈ তেওঁলোক যথেষ্ট উদ্বিগ্ন ।তাৰ মাজতে সন্মুখীন হোৱা এনে সামাজিক জটিলতাবোৰ স্বাভাৱিকতে গুৰুতৰ ।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

ইৰানৰ সংকটে মাধমাৰ শোধালে অসমৰ চাহ উদ্যোগত, বৃহৎ লোকচানৰ আশংকা

ড° কৰবী দাসে সদৰী কৰা অনুসৰি কৰ’নাত আক্ৰান্ত হোৱাটো দোষ হ’ব নোৱাৰে। যিকোনো লোক এই ৰোগত আক্ৰান্ত হ’ব পাৰে ৷প্ৰয়োজন কেৱল সুৰক্ষাক লৈ সজাগতা বৃদ্ধি কৰা ৷ কৰ’নাত আক্ৰান্ত হোৱাজন কেতিয়াও অস্পৃশ্য হ’বই নোৱাৰে বুলি মন্তব্য কৰি চিকিৎসকগৰাকীয়ে লগতে কয়”কৰ’নাত কবলত পৰি কৰ্মক্ষেত্ৰ এৰি আহিবলগীয়া হোৱা বাবে অধিকাংশৰে দুশ্চিন্তা বৃদ্ধি পাইছে ৷ তাৰ পাছত নতুন ধৰণৰ সমস্যা গঢ়ি উঠাটো বহুতৰ বাবে চৰম অশান্তিৰ কাৰক হৈ পৰিছে ৷গুৰুতৰ হোৱা এই সমস্যা কি ধৰণৰ সমাজত গা কৰি উঠিছে? ইয়াৰ উত্তৰত ডা° দাসে কয় যে গ্ৰামাঞ্চলতে সমস্যাটোৰ প্ৰভাৱ বেছিকৈ পৰিছে ৷ চহৰ অঞ্চলত তুলনামূলকভাৱে ইয়াৰ প্ৰভাৱ কম ৷চহৰ অঞ্চলত বহু মানুহে কাষৰ পৰিয়ালটোৰ বিষয়ে নাজানে ৷গতিকে খবৰবোৰৰ বিস্তাৰো কমকৈ হয় ৷ আনহাতে, গাঁৱত ইয়াৰ বিপৰীত ৷’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCORONAVIRUSCovid-19FIGHT AGAINST COVID-19
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d