কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ পদক্ষেপ ৷ দেশৰ ১৫১ খন যাত্ৰীবাহী ৰেল ব্যক্তিগত প্ৰতিষ্ঠানক হস্তান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ যাত্ৰীক উৎকৃষ্ট মানদণ্ডৰ সেৱা প্ৰদান আৰু ভাৰতীয় ৰেলক আধুনিক ৰূপত গঢ় দিয়াৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জনাই কেন্দ্ৰীয় চৰকাৰে ৷ লগতে ভাৰতীয় ৰেলৱে’ত প্ৰাইভেট কোম্পানীসমূহে প্ৰায় ৩০ হাজাৰ কোটি টকাৰ বিনিয়োগ কৰিব বুলি আশা কৰিছে কেন্দ্ৰই । উল্লেখযোগ্য যে ২০১৯ ত লক্ষ্ণৌৰ পৰা দিল্লীলৈ লক্ষ্ণৌ দিল্লী তেজ এক্সপ্ৰেছ নামৰ প্ৰথমখন ব্যক্তিগতকৰণ ৰেল আৰম্ভ কৰিছিল ৷
কেন্দ্ৰীয় চৰকাৰৰ এক সিদ্ধান্ত
-
By publisher

- Categories: India, News
- Tags: indiaINDIAN RAILWAY
Related Content
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
By
publisher
May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
By
publisher
May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ'চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
By
publisher
May 5, 2026
WB :'দিদি'ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
By
publisher
May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
By
publisher
May 5, 2026