ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ যোৱা ২৯ জুনৰ পৰা গুৱাহাটী মহানগৰীত ১৪ দিনৰ বাবে অব্যাহত আছে তলাবন্ধ । কিন্তু দেওবাৰে কিছু শিথিলতাৰে পাইকাৰী দোকানসমূহ খোলাৰ পাছতে ব্যাপক সমাগম সৃষ্টি হয় গণেশগুৰি পাইকাৰী বজাৰত । অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী-অৰ্ধসামিৰক বাহিনী মোতায়ান কৰিবলগীয়া অৱস্থা উদ্ভৱ হয়। কোনোধৰণৰ সামজিক ব্যৱধানৰ অবিহনে কিশোৰ-মহিলাৰ পৰা বৃদ্ধলৈকে সামগ্ৰী ক্ৰয় কৰিবলৈ হেতা-ওপৰা লগায় খুচুৰা ব্যৱসায়ীসকলে । যিটো সময়ত মহানগৰৰীত কৰ’নাৰ সংক্ৰমণ ব্যাপক হাৰত অব্যাহত আছে তেনে ক্ষেত্ৰত এতিয়াও মহানগৰবাসী সজাগ নোহোৱা বিষয়টোৱে সচেতন মহলক আচম্বিত কৰি তুলিছে।
শিথিলতাৰ প্ৰথম দিনতে মহানগৰীত নাই কোনো সামাজিক দূৰত্ব
-
By publisher

Related Content
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
By
publisher
April 24, 2026
Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ
By
publisher
April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
By
publisher
April 24, 2026
ৰাঘৱ চাড্ডাসহ সাত জন সাংসদ বিজেপিত যোগদান
By
publisher
April 24, 2026
British Parliament:ব্ৰিটিছ সংসদলৈ আমন্ত্ৰণ মাজুলীৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীক
By
publisher
April 24, 2026
তুৰস্কত ১৫ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ ছ'চিয়েল মিডিয়া
By
publisher
April 24, 2026