কৰ’না ভাইৰাছৰ পৰা সুস্থ হৈ উঠাসকলক প্লাজমা দান কৰিবলৈ আহ্বান জনালে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰে ৷ মুম্বাইৰ আন্ধেৰীস্থিত ছেভেন হিলছ চিকিৎসালয়ত কৰ’নাত আক্ৰান্তৰ শুশ্ৰুষা কৰিবলৈ এক প্লাজমা থেৰাপি ইউনিট মুকলি কৰি এই আহ্বান কৰে তেণ্ডুলকাৰে । উল্লেখযোগ্য যে মহামাৰীৰ আক্ৰমণৰ পৰা সুস্থ হৈ উঠা লোকসকলে প্লাজমা থেৰাপিৰ জৰিয়তে আক্ৰান্তসকলক সুস্থ কৰাব পাৰে ৷
কৰ’নাত আক্ৰান্ত হৈ সুস্থ হোৱা ৰোগীসকলৰ প্ৰতি শচীন তেণ্ডুলকাৰৰ এক বিশেষ আহ্বান
-
By publisher

- Categories: COVID-19, India, News
- Tags: Covid-19INDIA FIGHTS CORONASachin Tendulkar
Related Content
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
By
publisher
April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা 'বোমাবর্ষণ' বিজেপিৰ !
By
publisher
April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
By
publisher
April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
By
publisher
April 25, 2026
Bokakhat Road Accident:বোকাখাতৰ মেথনিৰ ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল ৩ বাইক আৰোহীৰ
By
publisher
April 25, 2026