- তিনিচুকীয়া জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক আলটাব আহমেদৰ দেহত ক’ভিড পজিটিভ ।
- যোৱা ২৪ ঘণ্টাত জিলাখনত পজিটিভৰ সংখ্যা হ’ল ৫৬ জন ।
- আজিৰ দিনটোত জিলাখনত নতুনকৈ ধৰা পৰা পজিটিভ ৰোগীৰ সংখ্যা ৪৩ জন ৷ ইয়াৰে ২২ জন মাকুম আৰক্ষী থানাৰ বিষয়া-জোৱান ৷
ADVERTISEMENT
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.