- অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান বি জি আৰ পাঁচ নম্বৰ তৈলখাদত অগ্নিকুণ্ডত সৰ্বস্ব হেৰুওৱা এজন লোকৰ আত্মহত্যাৰ চেষ্টা।
- বিষ সেৱন কৰি আত্মহত্যাৰ চেষ্টা কৰে শুক্লেশ্বৰ নেওগ (৪৫) নামৰ লোকজনে।
- সংকটজনক অৱস্থাত নেওগক ৰূপাই ডি চি বৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
- স্থানীয় লোকৰ ভাষ্য অনুসৰি অগ্নিকাণ্ডত ধ্বংস হৈছিল আত্মহত্যাৰ চেষ্টা কৰা লোকজনৰ ঘৰ-বাৰী।
- মানসিক অশান্তিৰ ফলতে আত্মহত্যাৰ চেষ্টা চলোৱা সন্দেহ ।
ADVERTISEMENT