Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

বিশ্বৰ প্রথমখন বিমান উৰাইছিল ৰাৱণে

publisher by publisher
July 21, 2020
in News
Reading Time: 1 min read
0
বিশ্বৰ প্রথমখন বিমান উৰাইছিল ৰাৱণে
2
SHARES
15
VIEWS
ShareShareShareShare

পাঁচ বছৰৰ ভিতৰত প্ৰমাণ দিব শ্ৰীলংকা প্ৰশাসনে

ADVERTISEMENT

বিশ্বৰ প্রথমখন বিমান উৰাইছিল ৰাৱণে । লংকাধিপতি ৰাৱণে উৰাই দিয়া বিমানখনৰ প্ৰথম যাত্ৰী আছিল সীতা। ৰামায়ণত থকা এনে কথা সকলোৱে জানে যদিও শ্ৰীলংকাবাসীয়ে এই কথাক দাবীৰ ৰূপত উত্থাপন কৰিছে । সীতা হৰণৰ সমান্তৰালভাৱেই উত্থাপন হয় কেনেদৰে ৰাৱণে সীতাক লংকালৈ লৈ গৈছিল। ৰামায়ণত স্পষ্টভাৱেই উল্লেখ আছে যে ৰাৱণে সীতাক আকাশীপথেৰে লংকালৈ লৈ গৈছিল । দ্বীপৰাষ্ট্ৰখনৰ দাবীৰো প্ৰধান ভিত্তি হৈছে ৰামায়ণ। বিমান পৰিবহণৰ পথ প্ৰদৰ্শক হিচাপে ৰাৱণৰ নাম উত্থাপন কৰাই নহয়, এই সন্দৰ্ভত প্ৰমাণ দাখিল কৰিবলৈকো উঠি পৰি লাগিছে আধুনিক শ্ৰীলংকাই।

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

শ্ৰীলংকাত আবদ্ধ হৈ থকা ৩০০ৰো অধিক ভাৰতীয়ক উদ্ধাৰ বায়ুসেনাৰ

শ্ৰীলংকাত বিধ্বংসী ঘূৰ্ণীবতাহ ! প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত বিধ্বস্ত শ্ৰীলংকা

দেশখনৰ বিমান পৰিবহণ তথা পৰ্যটন দপ্তৰে এই বিষয়ত গৱেষণা কৰিব বিচৰাসকলৰ সন্ধানত সংবাদপত্ৰত বিজ্ঞাপনো প্ৰকাশ কৰিছে। বাল্মীকিৰ ৰামায়ণত ৰাৱণক খলনায়কৰ ৰূপত উপস্থাপন কৰিলেও শ্ৰীলংকাত ৰাৱণে বিশেষ আদৰ লাভ কৰে। শ্ৰীলংকাত ৰাৱণ অসাধাৰণ প্ৰতিভাধৰ হিচাপে পৰিচিত। ৰাৱণে বিমানযোগে সীতাক অপহৰণ কৰা ঘটনাই পাঁচ হেজাৰ বছৰ অতিক্ৰম কৰিছে। এই দাবী কৰা দেশখনৰ বিমান পৰিবহণ দপ্তৰৰ মতে ৰাৱণে প্রথমে আকাশীপথেৰে যাত্ৰা কৰাৰ কথা কাল্পনিক নহয়। বাস্তৱতেই এই ঘটনা ঘটিছিল। এই বিষয়ত গৱেষণা কৰি অহা পাঁচ বছৰৰ ভিতৰত উপযুক্ত প্ৰমাণ দাঙি ধৰা হ’ব। অৱশ্যে দশভূজা ৰাৱণক লৈ শ্ৰীলংকাত বহু ধৰণৰ কল্প কাহিনী অতীতৰে পৰা মুখে মুখে চলি আহিছে।

শ্ৰীলংকাই মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথমটো চেটেলাইটৰ নামো সেয়ে ‘ৰাৱণ’ ৰাখিছিল । দেশখনৰ ইতিহাসবিদ, ভূতত্ববিদ, পুৰাতত্ববিদ তথা বিমান পৰিবহণ সংক্রান্ত বিশেষজ্ঞক লৈ এখন আলোচনাচক্ৰত ৰাৱণৰ আকাশীযানক লৈ মত বিনময়ো কৰা হয়। এই বিষয়টো মাজতে কিছুদিনলৈ গেঁঠেলা মাৰিছিল যদিও শেহতীয়াকৈ এইবাৰ প্ৰমাণ বিচাৰি পুনৰ তৎপৰতা চলোৱা হৈছে । বিষয়টোত গৱেষক বিচৰাৰ লগতে কোনো ব্যক্তিৰ ওচৰত কিবা তথ্য পাতি থাকিলে সেয়া দাখিল কৰিবলৈকো অনুৰোধ জনোৱা হৈছে। প্ৰয়োজনত নৃত্যবিদসকলৰো পৰামৰ্শ ল’বলৈ সিদ্ধান্ত লোৱা হৈছে। এতিয়া সকলোৱে অপেক্ষা কৰিছে শ্ৰীলংকাৰ বিমান পৰিবহণ দপ্তৰে উত্থাপন কৰা দাবীৰ সন্দৰ্ভত কি তথ্য-প্ৰমাণ দাখিল কৰিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Sri Lanka
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d