অহা এক আগষ্টত ঈদৰ বাবে লাহৰীঘাটৰ ইউ বি আইত অভাৱনীয় ভিৰৰ সৃষ্টি হয়। লাহৰীঘাটত ভয়াবহ ভাৱে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পিছতো এনে ভিৰ কৰা দেখা গ’ল লাহৰীঘাট ইউ বি আই সন্মুখত। ভিৰ পৰিলক্ষিত কৰি অঞ্চলবাসীয়ে বিধি নমনা লোকৰ সমান্তৰালকৈ এনে পৰিৱেশৰ বাবে জগৰীয়া কৰিছে লাহৰীঘাট ইউ বি আই বেঙ্ক কৰ্তৃপক্ষক।
ঈদৰ বাবে লাহৰীঘাটৰ ইউ বি আইত অভাৱনীয় ভিৰ
-
By publisher

Related Content
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
By
publisher
April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে'ল দুর্ঘটনা
By
publisher
April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
By
publisher
April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
By
publisher
April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম 'ডিজিটেল সংকট'ত ইৰান
By
publisher
April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ'ব জয়পুৰৰ ঐতিহাসিক 'ছুপাৰ কম্পিউটাৰ'
By
publisher
April 28, 2026