মহানগৰীত তলাবন্ধৰ সমান্তৰালকৈ ১৪৪ ধাৰা জাৰি

Lockdown

■ গুৱাহাটী মহানগৰীত কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অব্যাহত থকা তলাবন্ধৰ সময়তে প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিছে।
■ এই নিৰ্দেশনা অনুসৰি একেঠাইতে ৫ জনতকৈ অধিক লোক গোট খাব নোৱাৰিব।
■ অনুজ্ঞাপত্ৰ থাকিলেও লগত ৰাখিব নোৱাৰিব কোনো ধৰণৰ মাৰণাস্ত্ৰ।
■ উচ্চস্বৰত গীত গোৱাত নিষেধাজ্ঞা ।
■ প্ৰতিবাদৰ নামত ৰাজপথত কোনো শ্ল’গান দিব নোৱাৰিব।

Exit mobile version