Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ৰিয়া চক্ৰৱৰ্তীৰ  বিৰুদ্ধে বিস্ফোৰক অভিযোগ

publisher by publisher
August 1, 2020
in India, News
Reading Time: 1 min read
0
গ্ৰেপ্তাৰৰ ভয়ে খদি ফুৰিছে ৰিয়া চক্ৰৱৰ্তীক
0
SHARES
4
VIEWS
ShareShareShareShare

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাক লৈ বিহাৰ পুলিছে “দিল বেছাৰা”ৰ সকলো কলাকুশলীৰ লগত মত বিনিময় কৰিব । ইতিমধ্যে বিহাৰ আৰক্ষীয়ে ছবিখনৰ পৰিচালক মুকেশ চাব্ৰাক জেৰা কৰিছে । বিহাৰ আৰক্ষীয়ে জানিব বিচাৰিছে যে ছবিখনৰ দৃশ্যগ্ৰহণৰ সময়ত সুশান্তৰ ব্যৱহাৰ কেনেধৰণ আছিল । লগতে ৰিয়া চক্ৰৱৰ্তী আৰু সুশান্তৰ সম্পৰ্কৰ বিষয়েও আৰক্ষীয়ে জানিব বিচাৰিব ‘দিল বেচাৰা’ত সুশান্তৰ লগত অভিনয় কৰা কলাকুশলীসকলৰ পৰা ।

ADVERTISEMENT

এক বিশেষ সূত্ৰৰ মত অনুসৰি ‘দিল বেচাৰা’ ছবিত অভিনয় কৰা চাহিল বেদৰ উপৰিও সুশান্তৰ নতুন ড্ৰাইভাৰ আৰু কৰ্মচাৰীসকলকো জেৰা কৰিব আৰক্ষীয়ে । লগতে ‘দিল বেচাৰা’ৰ অভিনেত্ৰী সঞ্জনা সাংঘীৰ লগতো ফোনত কথা-বতৰা হ’ব পাৰে আৰক্ষীৰ ৷ সঞ্জনা সম্প্ৰতি পৰিয়ালৰ লগত দিল্লীত আছে ।

RelatedPosts

কেমেৰাৰ সন্মুখত কিয় হাঁহি নাথাকে আৰিয়ান খানে?

উদয়পুৰত ভাৰতীয় মূলৰ মার্কিন অর্বুদপতিৰ বিবাহত জেনিফাৰৰ সংগীত পৰিৱেশন, নাচিলে বলিউড তাৰকাই

Salman Khan’s kitchen is banned from beef:জনপ্ৰিয় অভিনেতা ছলমান খানৰ পাকঘৰত নিষিদ্ধ গো-মাংস !

আনহাতে বিহাৰ আৰক্ষীৰ প্ৰশ্ন মানসিকভাৱে অসুস্থ সুশান্তে নতুন নতুন ছবিৰ কাহিনীৰ ওপৰত আলোচনা কেনেকৈ কৰিছিল? ইফালে বিহাৰ পুলিছে শুক্ৰবাৰে সুশান্তৰ হাউচ কিপাৰ আৰু ব্যক্তিগত একাউণ্ট চোৱা চিতা কৰা এজন বেংকাৰক সোধ পোচ কৰে ।

এক বিশেষ সূত্ৰৰ মতে সুশান্তৰ গাৰ্লফ্ৰেণ্ড ৰিয়া চক্ৰৱৰ্তীৰ অনুমতি অবিহনে অভিনেতাজনৰ ঘৰত কোনেও প্ৰবেশ কৰিব নোৱাৰিছিল লগতে সুশান্তৰ লগত কথাও পাতিব নোৱাৰিছিল ৷ আনহাতে বিহাৰ পুলিছে সুশান্তৰ বাসগৃহত গৈয়ো তদন্ত কৰে । সুশান্তৰ ঘৰত কাম কৰা কৰ্মচাৰী, ওচৰ-চুবুৰীয়াসকলৰ পৰাও তথ্য সংগ্ৰহ কৰে বিহাৰ আৰক্ষীয়ে ।

ইপিনে সুশান্তৰ মৰণোত্তৰ পৰীক্ষা কৰোৱা কুপৰ মিউনিচিপেল হস্পিতালত গৈয়ো বিহাৰ আৰক্ষীয়ে তদন্ত কৰে ৷ অৱশ্যে চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ বিষয়ে একো তথ্য দিয়া নাই । চিকিৎসকৰ মন্তব্য যে ইতিমধ্যে মুম্বাইৰ পুলিচক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিয়া হৈছে ৷ তেওঁলোক মুম্বাইৰ আৰক্ষীৰ পৰা মৰণোত্তৰ প্ৰতিবেদন ল’ব পাৰে ।

বিহাৰ পুলিচৰ মত অনুসৰি দিল বেচৰা পৰিচালক মুকেশ চাব্ৰাই কয় “ডেৰ বছৰৰ পৰা এই ছবিখনৰ দৃশ্যগ্ৰহণ হৈ আছে ৷ ইয়াৰ পিছত এডিটিঙৰ কাম হয় । তেতিয়া সুশান্ত ঠিকেই আছিল । কিন্তু যেতিয়া ৰিয়া চক্ৰৱৰ্তী সুশান্তৰ জীৱনলৈ আহিল তেতিয়া অভিনেতাজনৰ লাইফ সলনি হৈ গ’ল ৷ সম্প্ৰতি বিহাৰ পুলিচে চাৰিটা তথ্যৰ ওপৰত ভিত্তি কৰি তদন্ত কৰিছেঃ

১. সুশান্তৰ বেংকৰ একাউণ্টত কিমান টকা আছিল ৷ আৰু এই টকা ক’ত আৰু কিয় ট্ৰান্সফাৰ হ’ল ৷

২. ৰিয়া চক্ৰৱৰ্তীৰ ভূমিকা কি? লগতে ১৫ কোটি টকাক লৈ ৰিয়াৰ কোম্পানীক তদন্ত কৰিব বিহাৰ আৰক্ষীয়ে ৷

৩. সুশান্ত হতাশাত ভূগা কথাটো কিমান সত্য?

৪. এই সমগ্ৰ ঘটনাটোৰ বিষয়ে সুশান্তৰ ঘনিষ্ঠই কি কয় ?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bihar PoliceBOLLYWOODRhea ChakrabortySushant Shing Rajput
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d