Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Orang National Park:বৃহস্পতিবাৰৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

    অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া

    GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

    ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 

    Shocking incidents in Guwahatiমহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

    ‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চিবিআইৰ হাতলৈ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত

publisher by publisher
August 5, 2020
in India, News
Reading Time: 1 min read
0
চিবিআইৰ হাতলৈ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত
1
SHARES
14
VIEWS
ShareShareShareShare

বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰৰ তদন্তত আহিছে নতুন মোৰ ৷ আজি কেন্দ্ৰীয় চৰকাৰে চিবিআইলৈ হস্তান্তৰ কৰে সুশান্তৰ আত্মহত্যাৰ তদন্ত ৷ বিহাৰ আৰু মুম্বাইৰ মাজত অভিনেতা জনৰ আত্মহত্যাক লৈ হোৱা শীতল যুদ্ধৰ মাজতে মংগলবাৰে বিহাৰ পুলিচে কেন্দ্ৰলৈ চি বি আইৰ তদন্ত বিচাৰি প্ৰস্তাৱ দিছিল ৷

ADVERTISEMENT

আনহাতে অভিনেতা জনৰ আত্মহত্যাৰ তদন্ত চিবিআইৰ দ্বাৰা হ’ব বুলি জানি অনুৰাগীসকলে স্বস্তিৰ নিশ্বাস পেলাইছে । ইতিমধ্যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও এই সন্দৰ্ভত টুইটাৰ যোগে বিশেষ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

RelatedPosts

‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

বলিউডত শোকৰ ছাঁ

কন্যাৰ প্ৰসংগত এই কি ক’লে কাজলে ? 

ইপিনে কিছুদিন পূৰ্বে সুশান্তৰ পিতৃ কে কে সিঙে অভিযোগ দিছিল যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত অভিনেতাজনৰ জীৱন বিপদত পৰা বুলি মুম্বাইৰ পুলিচক জনাইছিল যদিও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল মুম্বাইৰ পুলিছে । আনহাতে সুশান্তৰ সমগ্ৰ বিষয়টোত মহাৰাষ্ট্ৰ পুলিছে মন্তব্য কৰে যে পাটনা আৰক্ষী ৰাজনীতিৰ মেৰপাকত পৰিছে । বিহাৰ পুলিচৰ সুশান্তৰ মৃত্যুৰ তদন্তত আইনী আৱশ্যকতা নাই ।

ইপিনে সুশান্তৰ আত্মহত্যাৰ তদন্ত চিবিআইয়ে কৰিব বুলি জানি প্ৰাক্তন গাৰ্লফ্ৰেণ্ড অংকিতা লোখণ্ডেই ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “অৱশেষত যিটো সময়ৰ অপেক্ষা কৰি আছিলো ৷ সম্প্ৰতি সেই সময়টো আহি উপস্থিত হৈছে।” অংকিতাৰ এই প’ষ্টটোত বহু চেলীব্ৰেটীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ইয়াৰ পূৰ্বে সুশান্তৰ পিতৃয়ে পাটনাস্থিত ৰাজীৱ নগৰত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছিল ৷ তেতিয়াও অংকিতাই “সত্যৰ জয়” বুলি এটি প’ষ্ট দিছিল । উল্লেখযোগ্য যে সুশান্তৰ পৰিয়ালৰ লগত সু-সম্পৰ্ক আছে অংকিতাৰ ৷ প্ৰায় ৬ বছৰ সুশান্ত আৰু অংকিতা একেলগে থকাৰ পিছত ব্ৰেকআপ হয় দুয়োগৰাকীৰ মাজত ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Ankita LokhandeBOLLYWOODSushant Singh Rajput
publisher

publisher

Related Posts

Orang National Park:বৃহস্পতিবাৰৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ
News

May 14, 2025
অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া
News

অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া

May 14, 2025
GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !
India

GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

May 14, 2025
ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 
News

ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 

May 14, 2025
Shocking incidents in Guwahatiমহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা
Assam

Shocking incidents in Guwahatiমহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

May 14, 2025
‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?
News

‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d