ওডালগুৰিত হস্তনিৰ্মিত অস্ত্ৰৰ কাৰখানা উৎখাত

652f9ead 51ae 42e6 bd25 63ce88ee37d7

 

ওদালগুৰিৰ মাজবাটত আৰক্ষীৰ অভিযান ৷

●অভিযানত হস্তনিৰ্মিত অস্ত্ৰৰ কাৰখানা উৎখাত ৷

●নিশা প্ৰায় ২ বজাত মাজবাটৰ ধুনশিৰি চাহ বাগিচাৰ ১০ নম্বৰ বস্তিত অভিযান ৷

●মাজবাট আৰক্ষী বিষয়া ৰাজা ইৰশ্বাদৰ নেতৃত্বত এই অভিযান৷

●বেঞ্জামিন মুৰ্মু নামৰ লোক এজনৰ বাসগৃহত এই অভিযান৷

●অভিযানত উদ্ধাৰ হয় ৩ টা হস্তনিৰ্মিত পিষ্টল, ৩ ডাল লোৰ পাইপ, এটা হাতেৰে চলোৱা বায়ু যন্ত্ৰসহ বহু যন্ত্ৰ৷

●লোকজনৰ পাকঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰে সামগ্ৰীসমূহ ৷

●অভিযানত আৰক্ষীয়ে আটক কৰে বেঞ্জামিন মুৰ্মুক(৩৫) ৷

●ঘটনা সন্দৰ্ভত মাজবাট আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ৷

Exit mobile version