Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    কমেও ২৭ জন পৰ্যটকৰ মৃত্যু!

    কমেও ২৭ জন পৰ্যটকৰ মৃত্যু!

    প্রযুক্তি ক্ষেত্ৰত সমগ্ৰ বিশ্বক মুক্ত প্ৰত্যাহ্বান, চীনত আৰম্ভ ১০ জি ইন্টাৰনেট

    কন্যাৰ প্ৰসংগত এই কি ক’লে কাজলে ? 

    কন্যাৰ প্ৰসংগত এই কি ক’লে কাজলে ? 

    সলনি হ’ব জিপিএস নিৰ্ভৰ টোল ব্যৱস্থা! 

    সলনি হ’ব জিপিএস নিৰ্ভৰ টোল ব্যৱস্থা! 

    মধ্য প্ৰদেশত দলঙৰ পৰা নদীত পৰিল গাড়ী,

    মধ্য প্ৰদেশত দলঙৰ পৰা নদীত পৰিল গাড়ী,

    পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ,পৰ্যটকলৈ গুলীচালনা সন্ত্ৰাসবাদীৰ!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    TV channel price hike

    TV channel price hike : ১ ফেব্ৰুৱাৰীৰ পৰা ১০ শতাংশৰো অধিক বৃদ্ধি হ’ব টিভিৰ ৰিচাৰ্জৰ মূল্য

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

    ‘কেইটা ৰোজা ৰাখে?’ হিন্দুধৰ্মীয় লোকৰ স’তে বিয়া হৈ আজিও কটাক্ষৰ বলি হৈছে এইগৰাকী অভিনেত্ৰী ! 

    ক্ৰয় কৰা পানীৰে চুলি ধুইছিল আমিৰৰ ‘লগান’ৰ অভিনেতাই

    মুক্তিৰ দিনাই ১০ খন ছবিৰ অভিলেখ ভংগ ছানিৰ ‘জাট’ ৰ 

    কিয় ফ্লপ হৈছে ছলমানৰ ছবি !

    কিয় ফ্লপ হৈছে ছলমানৰ ছবি !

    Bollywood লোভনীয় চাকৰিও বাদ দিছিল বলিউদৰ একাধিক তাৰকাই !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনিও ম’বাইল ফোনটো বাথৰূমলৈ লৈ যায় নেকি ? 

    নিজকে কেনেকৈ ভাল পাব ?

    নিজকে কেনেকৈ ভাল পাব ?

    পাচঁটা গ্ৰীষ্মকালীন ফল যিয়ে আপোনাৰ চুলিক সুস্থ কৰি ৰাখিব!

    আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ব্ৰেণ্ডৰ স’তে ভাৰতীয় যোগসূত্ৰ!

    সোনকালে ওজন কমাব বিচাৰে? 

    সোনকালে ওজন কমাব বিচাৰে? 

    হেয়াৰ স্পা, ছিৰামে কাম কৰা নাই ?

    হেয়াৰ স্পা, ছিৰামে কাম কৰা নাই ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

টেবলেটত জাতীয় পতাকা অংকনেৰে ছাত্ৰীৰ সাফল্য: অসম বুক অৱ ৰেকৰ্ড

publisher by publisher
August 10, 2020
in Assam, News
Reading Time: 1 min read
0
টেবলেটত জাতীয় পতাকা অংকনেৰে ছাত্ৰীৰ সাফল্য: অসম বুক অৱ ৰেকৰ্ড
4
SHARES
39
VIEWS
ShareShareShareShare

সমাগত দেশৰ স্বাধীনতা দিৱস। ইয়াৰে পৰিপ্ৰেক্ষিতত নলবাৰীৰ এগৰাকী ছাত্ৰীয়ে খোৱা টেবলেটত দেশৰ জাতীয় পতাকাৰ চিত্ৰ অংকন কৰি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। টিহুৰ পশ্চিম নান্নাটাৰী গাঁৱৰ পৰিণীতা কলিতা নামৰ ছাত্ৰীগৰাকীয়ে যোৱা ৬ আগষ্টত পাঁচ মিলিমিটাৰ ব্যাসাৰ্ধৰ এটা টেবলেটত উক্ত চিত্ৰ অংকন কৰে।

ADVERTISEMENT

ছাত্ৰী গৰাকীৰ উক্ত চিত্ৰ অসম বুক অৱ ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে নিশা অসম বুক অৱ ৰেকৰ্ড কৰ্তৃপক্ষই ছাত্ৰীগৰাকীক এই সন্দৰ্ভত শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে । ছাত্ৰী গৰাকীয়ে মাত্ৰ এক মিনিট ৪৩ ছেকেণ্ডৰ ভিতৰত উক্ত ছবি অংকন কৰে বুলি জানিবলৈ দিয়ে।

RelatedPosts

Mustard flowering season on the banks of the Pagladiya River:পাগলাদিয়া নৈৰ পাৰত এতিয়া সৰিয়হ ফুলাৰ বতৰ

Nalbari Protest:বাংলেদশত সংখ্যালঘূ হিন্দুৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ

Pottery artists are busy making clay candles in Hirapara:পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে হীৰাপাৰাত মাটিৰ চাকি নির্মাণত ব্যস্ত মৃৎ শিল্পী

e5923e08 90eb 4279 9295 38bb77ede932

এই সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে কয়, “মই টেবলেটত উক্ত ছবি অংকন কৰি থকা সময়ত অসম বুক অৱ ৰেকৰ্ড কৰ্তৃপক্ষই ভিডিঅ’ কল যোগে সমগ্ৰ দৃশ্য নিৰীক্ষণ কৰি আছিল। তেওঁলোকে জনোৱা মতে এনেদৰে টেবলেটত জাতীয় পতাকা অংকন কৰা অসমৰ ময়েই প্ৰথম। মোৰ সৃষ্টিশীল কামেই এনেদৰে স্বীকৃতি পোৱাত মই যথেষ্ট উৎসাহী হৈ পৰিছো। মই জনপ্ৰিয়তা নিবিচাৰো, কিন্তু মোৰ কামবোৰ স্থায়িত্ব হোৱাটো বিচাৰো।” উল্লেখ্য যে কিছুদিন পূৰ্বে ছাত্ৰীগৰাকীয়ে আন এটা টেবলেটত এটা শিৱলিংগৰ চিত্ৰও অংকন কৰিছিল।

নলবাৰী মহাবিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে তলাবন্ধৰ সময়চোৱাত নিজকে ব্যস্ত ৰাখিবলৈ সৃষ্টিশীল কামত আত্মনিয়োগ কৰিছে। ছবি অঁকা, পেলনীয়া সামগ্ৰীৰে বিভিন্ন বস্তু তৈয়াৰ কৰাৰ কৰাৰ লগতে বাগিছাত ফুল, গছ-গছনি ইত্যাদি ৰুই নিজকে ব্যস্ত ৰাখিছে ছাত্ৰীগৰাকীয়ে। তদুপৰি ছাত্ৰীগৰাকীয়ে সাহিত্য চৰ্চাটো জড়িত হৈ আছে। উল্লেখ্য যে, বিগত বছৰত ছাত্ৰীগৰাকীৰ এখন কবিতাৰ পুথি প্ৰকাশ পাইছে।

ছাত্ৰীগৰাকীয়ে জনোৱা মতে, তেওঁৰ শিক্ষক পিতৃ আৰু সাহিত্য অনুৰাগী মাতৃৰ তত্বাৱধানত তেওঁ সৃষ্টিমূলক কামত নিজকে আগবঢ়াই নিবলৈ অনুপ্ৰেৰণা পাইছে। সৰুৰে পৰা আজৰি সময়ত নিজকে ব্যস্ত ৰাখিবলৈ ছাত্ৰীগৰাকীয়ে ছবি অঁকাৰ লগতে লিখা-মেলা কৰিছিল। ভৱিষ্যতে শিক্ষকতা বৃত্তিৰ লগত জড়িত হ’ব খোজা ছাত্ৰীগৰাকীয়ে সৰু ল’ৰা-ছোৱালীক চিত্ৰশিল্পৰ প্ৰশিক্ষণ দিয়াৰো সপোন পুহি ৰাখিছে। ছাত্ৰীগৰাকীৰ এই সাফল্যৰ পিতৃ-মাতৃ যথেষ্ট সুখী বুলিও ছাত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Assam Book of RecordsNALBARI
publisher

publisher

Related Posts

কমেও ২৭ জন পৰ্যটকৰ মৃত্যু!
India

কমেও ২৭ জন পৰ্যটকৰ মৃত্যু!

April 22, 2025
প্রযুক্তি ক্ষেত্ৰত সমগ্ৰ বিশ্বক মুক্ত প্ৰত্যাহ্বান, চীনত আৰম্ভ ১০ জি ইন্টাৰনেট
News

প্রযুক্তি ক্ষেত্ৰত সমগ্ৰ বিশ্বক মুক্ত প্ৰত্যাহ্বান, চীনত আৰম্ভ ১০ জি ইন্টাৰনেট

April 22, 2025
কন্যাৰ প্ৰসংগত এই কি ক’লে কাজলে ? 
Bollywood

কন্যাৰ প্ৰসংগত এই কি ক’লে কাজলে ? 

April 22, 2025
সলনি হ’ব জিপিএস নিৰ্ভৰ টোল ব্যৱস্থা! 
India

সলনি হ’ব জিপিএস নিৰ্ভৰ টোল ব্যৱস্থা! 

April 22, 2025
মধ্য প্ৰদেশত দলঙৰ পৰা নদীত পৰিল গাড়ী,
India

মধ্য প্ৰদেশত দলঙৰ পৰা নদীত পৰিল গাড়ী,

April 22, 2025
পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ,পৰ্যটকলৈ গুলীচালনা সন্ত্ৰাসবাদীৰ!
India

পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণ,পৰ্যটকলৈ গুলীচালনা সন্ত্ৰাসবাদীৰ!

April 22, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d