অৰুণোদয় আঁচনিক লৈ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

Himanta Biswa Sarma on first Coronavirus case

আনহাতে ৰাজ্যত ক’ভিড১৯ ৰ পৰিস্থিতিৰ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী ড° শৰ্মাই কয় যে আজিৰ দিনটোত অসমত ১লাখ লোকৰ কৰ”না টেষ্ট কৰাৰ লক্ষ্য লোৱা হৈছে । এই পৰ্যন্ত অসমত মুঠ ১৪,৩০,৬৯১ জন লোকৰ শৰীৰত কৰা হৈছে কৰ’না পৰীক্ষা । ইপিনে দেশৰ অন্য ৰাজ্যৰ তুলনাত মৃত্যু হাৰ ০.২ শতাংশহে বুলি মন্তব্য কৰে মন্ত্ৰী ড° শৰ্মাই।

Exit mobile version