Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

    Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

    দূষিত গাখীৰৰ সন্দেহ! অন্ধ্ৰপ্ৰদেশত ১৩ জনৰ মৃত্যু, বহু লোক অসুস্থ

    Chirang:চিৰাঙৰ কাজলগাঁৱস্থিত আলাইখুংগ্ৰী পথাৰত বিপিএফৰ ৯৩ সংখ্যক কাৰ্যনিৰ্বাহক সভা 

    চলিত বর্ষত লেপটপ-ডেক্সটপৰ মূল্য ৩৫ শতাংশ হ’ব পাৰে বৃদ্ধি

    আকস্মিক জটিল সংকট!

    ঘৰুৱা ৰন্ধন গেছৰ নাটনি চৰকাৰে নাকচ কৰিলেও বজাৰত গ্ৰাহকৰ হাহাকাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাংগালুৰুত ৰহস্যজনক মৃত্যু নগাঁৱৰ যুৱতী পৰিনীতাৰ

publisher by publisher
August 12, 2020
in Assam, Politics
Reading Time: 1 min read
0
বাংগালুৰুত ৰহস্যজনক মৃত্যু নগাঁৱৰ যুৱতী পৰিনীতাৰ
1
SHARES
13
VIEWS
ShareShareShareShare

বাংগালুৰুত “এয়াৰ এছিয়া” নামৰ বিমান পৰিবহন সংস্থাটোত এগৰাকী বিমান সেৱিকা হিচাপে কৰ্মৰত নগাঁও চহৰৰ এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই চহৰ খনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ভাড়াঘৰৰ বন্ধ কোঠাৰ ভিতৰত ৰক্তাক্ত শৰীৰৰ মৃতদেহ উদ্ধাৰ হোৱা ২৫বছৰীয়া যুৱতী গৰাকীৰ নাম পৰিণীতা বৰা। তেওঁ নগাঁও চহৰৰ পানীগাঁও ছয়আলীৰ প্ৰয়াত শৰৎ বৰা আৰু ৰীতা বৰাৰ একমাত্ৰ সন্তান।

ADVERTISEMENT

উল্লেখ্য যে, দুবছৰ পূৰ্বে নগাঁও চহৰৰ সমীপবৰ্তী ডিমৌ চাৰিআলিত এক শোকাবহ পথ দুৰ্ঘটনাত শৰৎ বৰাৰ মৃত্যু হৈছিল। পৰিণীতা বৰাৰ পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত পৰিণীতাই গুৱাহাটীৰ এক ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত ‘এয়াৰ হোষ্টেজ’ পাঠ্যক্ৰম পঢ়ে । তাত উতীৰ্ণ হোৱাৰ পাছত তেওঁ এয়াৰ এছিয়াৰ বিমান সেৱিকা পদত নিযুক্তি লাভ কৰে ।

RelatedPosts

Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

প্ৰথমাৱস্থাত তেওঁ কলকতাত কৰ্মৰত আছিল যদিও পাছত বাংগালুৰুলৈ বদলি হয় । তেতিয়াৰ পৰাই তেওঁ বাংগালুৰুত এটা ভাড়া ঘৰত আছিল । কালি দুপৰীয়া বহু দেৰীলৈকে তেওঁ শুৱাৰ পৰা নুঠাত দুৱাৰত ঢকিয়াই তেওঁক কে’বাবাৰো মাতে যদিও কোঠাৰ ভিতৰৰ পৰা কোনো ধৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম নহ’ল । ফলত ভাড়াঘৰৰ মালিকৰ সন্দেহ উপজে আৰু লগে লগে তেওঁ আৰক্ষীক খবৰ দিয়ে ।

পাছত আৰক্ষীৰ দল এটা ঘৰটোত উপস্থিত হৈ কোঠাটোৰ দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু কোঠাটোত ৰক্তাক্ত শৰীৰৰে পৰিণীতাৰ মৃতদেহটো উদ্ধাৰ কৰে। কি পৰিস্থিতিত যুৱতী গৰাকীয়ে মৃত্যুক আকোঁৱালি ল’ব লগা হ’ল তাৰ কাৰণ এতিয়াও ৰহস্যাবৃত হৈয়েই আছে । ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে ।

ইপিনে, বাংগালুৰুৰ ভাড়াঘৰৰ মালিক আৰু আৰক্ষীয়ে পৰিণীতাৰ মৃত্যুৰ খবৰটো পৰিয়ালক অৱগত কৰোৱাৰ পাছত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । নিজৰ একমাত্ৰ সন্তানৰ বিয়োগৰ বতৰা সহিব নোৱাৰি অসুস্থ হৈ পৰিছে দুৰ্ভগীয়া মাতৃ ৰীতা বৰা । পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে, পৰিণীতা বৰাই দেশজুৰি বলবৎ হোৱা তলাবন্ধৰ ঠিক আগে আগে যোৱা মাৰ্চ মাহত ঘৰলৈ আহিছিল।

ইপিনে, পৰিণীতাৰ পৰিয়ালৰ লোক ইতিমধ্যে বাংগালুৰুলৈ বুলি ৰাওনা হৈছে। নগাঁৱৰ স্হানীয় ৰাইজে এই ঘটনাটো সহজ ভাৱে গ্ৰহণ কৰিব পৰা নাই। ইপিনে, ই এক পৰিকল্পিত হত্যাকাণ্ডৰ সন্দেহ প্ৰকাশ কৰিছে সৰ্বসাধাৰণ ৰাইজে । এগৰাকী অসহায় তথা পিতৃহীনা যুৱতীক নিৰ্মম ভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamNagaon
publisher

publisher

Related Posts

আকস্মিক জটিল সংকট!
News

ঘৰুৱা ৰন্ধন গেছৰ নাটনি চৰকাৰে নাকচ কৰিলেও বজাৰত গ্ৰাহকৰ হাহাকাৰ

March 12, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

March 11, 2026
কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

March 9, 2026
আগন্তুক পাঁচ বছৰত অসমক সমস্যামুক্ত ৰাজ্যৰূপে গঢ়াৰ সংকল্প
Assam

March 8, 2026
চলিত বিত্তীয় বর্ষত ধার্য লক্ষ্যৰ ৫০ শতাংশ পথো নির্মাণ নহ’ল অসমত 

এজন ব্যক্তি বা পৰিয়ালৰ বাবে নহয়, সকলোৰে বাবে অসম গঢ়িম: গৌৰৱ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d