অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ কণ্ঠশিল্পী মানস ৰবীনৰ দুই লাখ টকাৰ সাহাৰ্য

WhatsApp Image 2020 08 17 at 3.56.37 PM

“অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিবলৈ মই মোৰ ফালৰ পৰা আজি দুই লাখ টকা আগবঢ়ালোঁ । ৰাইজৰ হৈ মাত মাতি বন্দী জীৱন কটোৱা মানুহজনক মোকলাই অনাৰ দায়িত্বও ৰাইজেই ল’ব লাগিব । ৰাইজে নিজৰ দায়িত্বলৈ পিঠি দিলে নেতাই নিজক লৈ ব্যস্ত হোৱাটো স্বাভাৱিক । অখিল গগৈক ৰাইজৰ পক্ষত ৰাখিবলৈকে ৰাইজে টঙালি বান্ধক । কথাতে কয় নহয় বোলে ৰাইজে নখ জোকাৰিলে নৈ বয়, কৃষক মুক্তিৰ ৰাজহুৱা আহ্বানলৈ সঁহাৰি জনাওক আৰু যিয়ে যেনেকৈ পাৰে অনুদান আগবঢ়াওক । জয় আই অসম ।” ছ’চিয়েল মিডিয়াত এনেদৰে লিখি অখিল গগৈৰ ন্যায়ৰ বাবে দুই লাখ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে ৰাইজক সামৰ্থনুসৰি অনুদান আগবঢ়াবলৈ অনুৰোধ কৰে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনে।
Account holders name : Bhasco De Saikia & Anil Boro
Account number : 39570040035
IFSC Code : SBIN0004134
Bank Name : State Bank of India

Exit mobile version