কৰ’না মহামাৰীৰ সময়ত ঘৰত বয়োজ্যেষ্ঠ ব্যক্তি থাকিলে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব? পঢ়ক সবিশেষ

Coronavirus

সমগ্ৰ দেশত সম্প্ৰতি কৰ’নাৰ সংহাৰ ৷ তাৰ মাজতে কৰ’নাৰ পৰা সংক্ৰমণ নহ’বলৈ আমি বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰিছো ৷ সামাজিক দূৰত্ব বৰ্তাই ৰাখিছো,মাস্ক পৰিধান কৰিছো ৷ কিন্তু যদি কাৰোবাৰ ঘৰত বয়োজ্যেষ্ঠ ব্যক্তি থাকে তেন্তে তেওঁলোকে কেনেদৰে সাৱধানতা অৱলম্বন কৰিব ৷ কাৰণ

ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাকে ধৰি বিশেষজ্ঞসকলে বয়োজ্যেষ্ঠ লোকসকলক কৰ’না ভাইৰাছৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। চাওঁ আহক ঘৰত বয়োজ্যেষ্ঠ ব্যক্তি থাকিলে কৰ’না সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ল’ব লগীয়া কিছুমান সাৱধানতা-

ইফালে কৰ’না মহামাৰীৰ সময়ত আপুনি যদি জৰুৰীকালীন সেৱাত নিয়োজিত তেন্তে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব? এই ক্ষেত্ৰত-

কৰ’নাৰ সময়ত যদি জৰুৰীকালীন সেৱা বা নিজৰ চাকৰি কৰিও ঘৰত বয়োজ্যেষ্ঠ লোকসকলক সহায় কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হ’লে কি কৰিব আপুনি? এই ক্ষেত্ৰত-

ৰন্ধা বা খাদ্য বিলোৱাৰ ক্ষেত্ৰত কি কি সাৱধানতা অৱলম্বন কৰিব-

Exit mobile version