Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

এ পি এছ চি কেলেংকাৰি গোচৰ

publisher by publisher
August 19, 2020
in Assam, News
Reading Time: 1 min read
0
এ পি এছ চি কেলেংকাৰি গোচৰ
2
SHARES
23
VIEWS
ShareShareShareShare

পুনৰ জেৰাৰ সন্মুখীন জেৰাৰ হ’ল ডিব্ৰুগড় জিলাৰ নগৰ উন্নয়ন আৰু পৰিকল্পনা শাখাৰ কনিষ্ঠ অভিযন্তা নৱকান্ত পাতিৰ ৷ এ পি এছ চিৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰে মিলি কম সময়ৰ ভিতৰতে আয় বৰ্হিভূত সম্পত্তিৰ গৰাকী হৈ পৰা পাতিৰক পুনৰ সুদীৰ্ঘ তিনি ঘন্টা ধৰি অসম লোকসেৱা আয়োগৰ কেলেংকাৰি সম্পৰ্কত ডিব্ৰুগড় আৰক্ষী থানাত ৰজু হৈ থকা ৯৩৬/২০১৬ নম্বৰ গোচৰৰ তদন্তকাৰী বিষয়া তথা গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছাৰে জেৰা কৰে ৷

ADVERTISEMENT

আৰক্ষী সূত্ৰই এই কথা সদৰী কৰি কয় যে ডিব্ৰুগড়ৰ দন্ত চিকিৎসক ডা° অংশুমিতা গগৈয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষী থানাত ৰজু হৈ থকা ৯৩৬/২০১৬ নম্বৰ গোচৰটো সঠিক নিৰীক্ষণৰ বাবে অসম আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধানে চি আই ডিৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ড° এল আৰ বিষ্ণয়ৰ অধ্যক্ষতাত এক বিশেষ নিৰীক্ষণকৰী গোট গঠন কৰা হয় ৷

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

এই নিৰীক্ষণকাৰী গোটে ডিব্ৰুগড় আৰক্ষী থানাত ৰজু হৈ থকা উক্ত গোচৰত ডা° গগৈৰ পৰা উৎকোচ লৈ ২০১৬ ৰ ২৭ অক্টোবৰত হাতে লোটে গ্ৰেপ্তাৰ হয় নিলম্বিত কনিষ্ঠ অভিযন্তা পাতিৰ ৷ এপি এছ চিৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ অন্যতম দালাল ৰূপে চিহ্নিত হোৱা পাতিৰে অসম অসামৰিক আৰু অন্যান্য সেৱাৰ গুৰুত্বপূৰ্ণ পদত বাছনি কৰাৰ নামত উৎকোচ গ্ৰহণ কৰাৰ তথ্য আহৰণ কৰে তদন্তকাৰী বিষয়াই ।

ইয়াৰ ভিত্তিতে ভাৰতীয় ষ্টেট বেংকৰ ডিব্ৰুগড় শাখাত পাতিৰৰ নামত থকা দুটাকৈ বেংক একাউন্টৰ এটাত ২০১৩-১৫ ৰ ভিতৰত প্ৰায় এক কোটিৰ লেনদেন হোৱাটো বেংক কৰ্তৃপক্ষই নিশ্চিত কৰে । নগৰ উন্নয়ন আৰু পৰিকল্পনা শাখাৰ কনিষ্ঠ অভিযন্তা এজনৰ একাউণ্টত মাত্ৰ দুবছৰতে কোটি টকাৰ লেনদেনৰ বিষয়টো সংশ্লিষ্ট গোচৰৰ তদন্তকাৰী বিষয়াই সংশ্লিষ্ট গোচৰ বিশেষ নিৰীক্ষণকাৰী গোটক অৱগত কৰে ।

এই সকলো বোৰৰ ভিত্তিতে পানেছৰে পাতিৰক গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা কৰে বুলি সূত্ৰটোৱে জনায় । এ পি এছ ইৰ বিয়াগোম কেলেংকাৰিৰ অন্যতম অভিযুক্ত পাতিৰে জেৰাৰ সময়ত সংশ্লিষ্ট বেংক একাউণ্টত হোৱা লেনদেন তথা বৰ্তমানেও জমা থকা ধনৰাশিৰ প্ৰকৃত উৎসৰ সবিশেষ তথ্য দাখিল কৰিব নোৱাৰা বুলি সূত্ৰটোৱে জনায় ।

এ পি এছ ইৰ নিলম্বিত অধ্যক্ষ পালৰ আয়বৰ্হিভূত সম্পত্তি সম্পৰ্কত চি বি আই আৰু ই ডি পৃথকে পৃথকে তদন্ত অব্যাহত ৰখাৰ সময়ত পাটিৰৰ আয় বৰ্হিভূত সম্পত্তিক লৈএইবাৰ অসম আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি সূত্ৰটোৱে জনায় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APSC ScamAssam
publisher

publisher

Related Posts

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

April 29, 2026
Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত
News

West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d