বিশিষ্ট গীতিকাৰ , লোক সংস্কৃতিৰ সাধক অসমৰ বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ গুৱাহাটী হেলথ চিটি হাস্পতালত সোমবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।ও ফুলেশ্বৰি বুকুৰে লগৰী, বেলি গ’ল গধূলি হ’ল, মধুৰ মুৰতি, নামামী ব্ৰহ্মপুত্ৰ আদি জনপ্ৰিয় গীতেৰে অসমৰ সংগীত জগত খনক সমৃদ্ধ কৰা বিশিষ্ট গীতিকাৰ, সুৰকাৰ আৰু সংগীত পৰিচালক মন্মথ বৈশ্য যোৱা ১৫ আগষ্টৰ পৰা গুৱাহাটীৰ হেল্থ চিটি হস্পিতালত চিকিৎসাধিন হৈ আছিল । বৰপেটাৰ কেওটকুছি গাঁওৰ প্ৰয়াত গীতিকাৰ গৰাকী গুৱাহাটীৰ বেলতলাৰ বাসিন্দা আছিল।
বিশিষ্ট গীতিকাৰ মন্মথ বৈশ্যৰ দেহাৱসান
-
By publisher
Related Content
Atul Bora:বাৰাণসী লোকসভা সংসদীয় সমষ্টিৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মনোনয়ন-পত্ৰ দাখিল
By
publisher
May 14, 2024
Sasal Bahagi Utsav :গুৱাহাটী মহানগৰৰ চচলত বহাগী উৎসৱৰ সফল সাৰণি
By
publisher
May 14, 2024
Editor Guild Of India:সাংবাদিক সকলক সুৰক্ষা দিবৰ বাবে নিৰ্বাচন আয়োগলৈ এডিটৰছ গিল্ড অফ ইণ্ডিয়াৰ আহ্বান
By
publisher
May 14, 2024
Loksabha Election 2024 In WB:মমতাৰ বংগত এইবাৰ পুনৰ পদুম ফুলাবলৈ সক্ষম হ'বনে !
By
publisher
May 14, 2024