Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Celebrity Fitness Trainer Vinod Channa:মুকেশ- নীতাৰ তনয় অনন্ত আম্বানীৰ ১০৮ কেজি ওজন কমোৱা বিখ্যাত ফিটনেছজন

এতিয়া নিজেই হৈ পৰিল এজন মহাতাৰকা

publisher by publisher
May 14, 2024
in India, News
Reading Time: 3 mins read
0
Celebrity Fitness Trainer Vinod Channa:মুকেশ- নীতাৰ তনয় অনন্ত আম্বানীৰ ১০৮ কেজি ওজন কমোৱা বিখ্যাত ফিটনেছজন
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

মনীষৰ দীপাৱলীৰ পার্টিত ১৫ কোটিটকীয়া বেগ হাতত লৈ উপস্থিত নীতা

KMSS Pressmeet:চৰকাৰী পৃষ্ঠপোষকতাতেই চলিছে বন্যপ্ৰাণীৰ মুক্ত সৰবৰাহ

Mother Nita will wear a gold saree at her son Anant’s wedding:পুত্ৰ অনন্তৰ বিবাহত সোনৰ শাড়ী পিন্ধিব মাতৃ নীতা আম্বানীয়ে

Celebrity Fitness Trainer Vinod Channa:

মুকেশ-নীতাৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী বিশালকায় শৰীৰ নিশ্চয় সকলোৱে দেখিছে ৷ ১০৮ কিলো ওজনৰ অনন্তৰ শৰীৰ এতিয়া শ্লিম ৷ এই শ্লিম কৰি তোলাৰ আঁৰত আছে এজন বিশেষ ফিটনেছ প্ৰশিক্ষক ৷ যাৰ আশাশুধীয়া প্ৰচেষ্টাৰ বাবেই অনন্ত বিশালকায় শৰীৰ হৈ পৰিল শ্লিম ৷

ADVERTISEMENT

বহুতে অনন্তৰ এই ৰূপান্তৰক বিশ্বাস কৰিব পৰা নাছিল আৰু এই ‘বিশ্বাস কৰিব নোৱাৰা’ ঘটনাটোৱে বিনোদক এবাৰতে খ্যাতিৰ শিখৰলৈ লৈ গ’ল। এসময়ত খাদ্য নাখাইছিল আৰু ফলস্বৰূপে তেওঁ ভুগিছিল পুষ্টিহীনতাত ৷ এতিয়া তেওঁৱেই দেশৰ ডাঙৰ তাৰকাসকলৰ উপযুক্ত পুষ্টি আৰু স্বাস্থ্যৰ যত্ন লয়।

vinod channaনাম বিনোদ চান্না। দেশৰ অন্যতম তাৰকা ফিটনেছ প্ৰশিক্ষক। কিন্তু তেওঁৰ খ্যাতিৰ আঁৰত আছে ভাৰতৰ আটাইতকৈ ধনী পৰিয়াল। মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ ফিটনেছৰ দায়িত্বত আছে বিনোদ। ৬০ বছৰীয়া নীতাৰ ফিটনেছক লৈ প্ৰায়ে ন ন প্ৰশ্ন উত্থাপন হৈ আহিছিল ৷

উল্লেখ্য যে,বিনোদে ডেৰ বছৰত অনন্তৰ ১০৮ কেজি ওজন কমাই দিলে। কামটো একেবাৰেই সহজ নাছিল । এক সাক্ষাৎকাৰত বিনোদে কয় যে যেতিয়া তেওঁ অনন্তৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ ওজন ১৭০ কেজিৰ ওপৰত । তাৰ পৰাই তেওঁ আম্বানী-পুত্ৰক প্ৰায় ৬০ কেজিলৈ নমাই আনিলে।

বিনোদে ক’লে, অনন্তই খাই ভাল পায়। ভজা খাদ্য আৰু ফাষ্ট ফুডৰ এজন অনুৰাগী। কিন্তু বিনোদে সেই অভ্যাস সম্পূৰ্ণৰূপে সলনি কৰি নিজৰ স্বাস্থ্যসন্মত খাদ্যাভ্যাস গঢ়ি তুলিলে। বিশেষ ডায়েট চাৰ্ট বনালে। লগতে এটা কঠোৰ ব্যায়ামৰ ৰুটিন। অনন্তেও সহযোগ কৰিলে।

১৮ মাহ ধৰি সেই ৰুটিন মানি চলাৰ ফল অনন্তই পালে। আম্বানী-তনয়ক দেখি সকলোৱে আপ্লুত হৈছিল। বিনোদৰ জনপ্ৰিয়তা বাঢ়িছে। এতিয়া তেওঁৰ ‘ক্লায়েণ্ট’ৰ তালিকাখন তাৰকাৰে ভৰা।

vinod 1বিনোদ উদ্যোগপতি কুমাৰমংগলম বিৰলা, অনন্যা বিৰলাৰ পৰা আৰম্ভ কৰি শিল্পা শেট্টী কুন্দ্ৰ, জন আব্ৰাহাম, অৰ্জুন ৰামপাললৈকে বহু সুগঠিত বলীউডৰ চেলিব্ৰিটিৰ ব্যক্তিগত প্ৰশিক্ষক।

বিনোদ নিজেই তাৰকা হৈ পৰিছে। শুনা যায় যে এতিয়া মাত্ৰ ১২ দিনৰ বাবে তেওঁৰ তত্বাৱধানত ব্যায়াম কৰিব বিচাৰিলে ডেৰ লাখ টকা দিব লাগিব। তাৰ পিছতো তেওঁৰ সময় পোৱা নাযায়।

মনকৰিবলগীয়া যে, কিন্তু বিনোদ নিজেই এটা দুখীয়া পৰিয়ালৰ পৰা আহিছিল। এনেকুৱা দিনো আছিল যেতিয়া তেওঁ দুবাৰকৈ ভালকৈ খাবও পৰা নাছিল। তেওঁ পুষ্টিহীনতাত ভুগিছিল। বহুতে তেওঁলোকৰ পাতল চেহেৰাৰ বাবে উপলুঙাও কৰিছিল ৷তেওঁ প্ৰায়ে অপুষ্টিৰ বাবে অসুস্থ হৈ পৰিছিল। অনবৰতে তেওঁক ঘেৰি ধৰিছিল আত্মীয়-স্বজন। আনকি সৰু ভাইটিয়েও কাম নকৰাৰ বাবে বিনোদক অপমান কৰা বন্ধ নকৰিলে। এই সকলোবোৰ শুনি বিনোদৰ খাবলৈও মন নগৈছিল।

বিনোদে ক’লে, অপমান সহ্য কৰিব নোৱাৰি এদিন কাম বিচাৰি ঘৰৰ পৰা ওলাই গ’ল। প্ৰথমতে তেওঁ হোটেলৰ কোঠালী চাফা কৰাৰ কাম কৰিছিল। পাৰিশ্ৰমিক উপযোগী নোহোৱাত ব্যক্তিগত কোম্পানী এটাৰ নিৰাপত্তাৰক্ষীৰ চাকৰিটো লৈছিল। কিন্তু বছক এদিন চেলুট দিবলৈ পাহৰি যোৱাৰ বাবে চাকৰিটো যায়।

পৰৱৰ্তী সময়ত বিনোদে কৰ্পৰেট অফিচত পিয়নৰ চাকৰিও লৈছিল। কিন্তু বুজিলে এই সকলোবোৰ কাম তেওঁৰ বাবে নহয়। শেষত শাৰীৰিক ব্যায়ামৰ ওপৰত গুৰুত্ব দিলে।

কিন্তু ব্যায়ামৰ ‘ইন্ধন’ ক’ৰ পৰা আহিব? খাদ্যই যথেষ্ট নহয়। সঁজুলিবোৰ ক’ৰ পৰা পাব? সঞ্চিত ধনেৰে সাধাৰণ পুষ্টিকৰ খাদ্য খাই কাম আৰম্ভ কৰিলে। বডি বিল্ডিঙৰ বাবে আধুনিক জিমলৈ যোৱাৰ পৰিৱৰ্তে চুবুৰীৰে বডি বিল্ডিং চেণ্টাৰত যোগদান কৰিলে।

এইদৰে লাহে লাহে আগবাঢ়ি গৈ এদিন বিনোদ মহাৰাষ্ট্ৰৰ দেহশ্ৰী প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছিল। উৎসাহিত হৈ বিনোদে কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া নহ’ল ৷ তেওঁ জিমৰ প্ৰশিক্ষক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। বিনোদে নিজৰ বডি বিল্ডিঙৰ বাবে নিজা উদ্যোগত ডায়েট অধ্যয়ন কৰিছিল। সেই জ্ঞান উপযোগী যেন লাগিল।

বিনোদে সিদ্ধান্ত লয় যে তেওঁ ব্যক্তিগত প্ৰশিক্ষক হিচাপে কাম কৰিব। মুম্বাইত টিভি আৰু চিনেমাৰ তাৰকাৰ কেৰিয়াৰ ট্ৰেণ্ড। সেই বজাৰখন দখল কৰিবলৈ বিনোদে আন্ধেৰী আৰু বান্দ্ৰাৰ ওচৰৰ অঞ্চললৈ গুচি যায়। তাতে থাকিবলৈ ধৰিলে।

সৰু সৰু টিভি তাৰকাৰ সৈতে কাম কৰি বিনোদে খ্যাতি অৰ্জন কৰিছিল। এদিন বলীউডৰ তাৰকা ৰিতেশ দেশমুখে তেওঁৰ সৈতে যোগাযোগ কৰিছিল। সেই সময়তে তেওঁ ‘হাউছফুল’ ছবিৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰে। ৰিতেশে বিনোদৰ পৰা ফিটনেছ ট্ৰেইনিং ল’বলৈ আৰম্ভ কৰিলে। বিনোদে সেই প্ৰথমটো ডাঙৰ তাৰকাৰ লগত কাম কৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ পিছত ‘হাউছফুল’ৰ কেইবাজনো তাৰকাই বিনোদৰ অধীনত এজন এজনকৈ প্ৰশিক্ষণ লৈছিল। কিন্তু বিনোদৰ জীৱনৰ আটাইতকৈ ভাল মুহূৰ্তটো আছিল অমিতাভ বচ্চনক প্ৰশিক্ষণ দিয়া।

vinod 3বিগ বিক প্ৰশিক্ষণ দিওঁতে অমিতাভে বিনোদক ‘ছাৰ’ বুলি সম্বোধন কৰিছিল বুলি বিনোদে কয়। এই কথা শুনি বিনোদ থতমত খালে। অমিতাভে ক’লে যে যিহেতু তেওঁ ইয়াত পঢ়ি আছে আৰু বিনোদ শিক্ষক, গতিকে তেওঁক ‘ছাৰ’ বুলি ক’ব লাগে।
ইয়াৰ পিছত ক্ৰমান্বয়ে বিনোদ তাৰকাসকলৰ ফিটনেছ ট্ৰেইনাৰ হৈ পৰিল। কেইবছৰমান আগতে আম্বানী পৰিয়ালে তেওঁক নিমন্ত্ৰণ জনাইছিল। প্ৰথমে নীতাক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলে। পিছত নীতাই তেওঁক অনন্তৰ ওজন কমোৱাৰ কাম দিলে।

অনন্তৰ এই ৰূপান্তৰৰ পিছত তেওঁৰ খ্যাতি সমগ্ৰ বিশ্বতে বিয়পি পৰিল। কিন্তু তেওঁৰ উত্থানৰ আঁৰৰ প্ৰথম দিনবোৰ যেন তেওঁ কেতিয়াও পাহৰিব নোৱাৰে বুলি নিজেই সংবাদ মাধ্যমৰ ওচৰত প্ৰকাশ কৰিলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amitabh BachcanAnant AmbaniCelebrity Fitness Trainer Vinod ChannaNita Ambani
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d