Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

    অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

    J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Robbers arrested for robbing passengers of jewelry at airport:বিমানযাত্ৰীৰ পৰা সোণৰ আ- অলংকাৰ লুট কৰা কুখ্যাত ডকাইত আৰক্ষীৰ জালত

১১০ দিনত ২০০ খন বিমানত উঠি লুট কৰিছিল লাখ লাখ মূল্যৰ গহনা

publisher by publisher
May 14, 2024
in India, News
Reading Time: 1 min read
0
Robbers arrested for robbing passengers of jewelry at airport:বিমানযাত্ৰীৰ পৰা সোণৰ আ- অলংকাৰ লুট কৰা কুখ্যাত ডকাইত আৰক্ষীৰ জালত
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Robbers arrested in Dalgaon:দৰঙৰ দলগাঁৱত অস্ত্র-শস্ত্রসহ ৬ ডকাইত আৰক্ষীৰ জালত

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

Guwahati:মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত ১০টাকৈ দুর্ধর্ষ ডকাইত

Robbers arrested for robbing passengers of jewelry at airport:

চোৰ কৰা উত্তম বিদ্যা,ধৰা পৰিলে শিলৰ খুন্দা৷এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল দীৰ্ঘদিন ধৰি বিমানযাত্ৰীৰ পৰা সোণৰ আ- অলংকাৰ চোৰ কৰা কুখ্যাত ডকাইত এটাৰ ক্ষেত্ৰত ৷ ইতিমধ্যে এই দুৰ্ধৰ্ষ ডকাইতটো জালত পৰে দিল্লী আৰক্ষীৰ ৷

ADVERTISEMENT

উল্লেখ্য যে,যোৱা বছৰ ২০০খন বিমানত উঠি ১০০ দিনতকৈও অধিক সময় দেশৰ হাজাৰ হাজাৰ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি বিমানবন্দৰত ডকাইতি কাণ্ড সংঘটিত কৰিছিল ধৃত ডকাইতটোৱে।

স্মতৰ্ৱ্য যে,যোৱা মাহত হায়দৰাবাদৰ পৰা দিল্লীলৈ যোৱা এগৰাকী মহিলাই তেওঁৰ হেণ্ডবেগৰ পৰা ৭ লাখ মূল্যৰ গহনা চুৰি হোৱা আৰু একেদৰে আমেৰিকাৰ এজন লোকৰ পৰা পুলিচে আন এক অভিযোগ লাভ কৰে যে তেওঁৰ কেবিন বেগৰ পৰা ২০ লাখ মূল্যৰ মূল্যৱান সামগ্ৰী চুৰি হোৱা বুলি দাবী কৰাৰ সময়তে দিল্লী আৰক্ষীয়ে চুৰি কাণ্ডৰ সমস্ত ৰেকেটটো পোহৰলৈ আনিবলৈ সক্ষম হয় ৷

দিল্লী আৰক্ষীয়ে দিল্লী, হায়দৰাবাদ, অমৃতসৰ বিমানবন্দৰৰ পৰা কেইবা ঘণ্টাৰ ফুটেজ স্কেন সংগ্ৰহ কৰি গোপন খবৰৰ ভিত্তিত পাহাৰগঞ্জত অৰ্তকিতে অভিযান চলাই ৰাজেশ কাপুৰ নামৰ কুখ্যাত ডকাইতজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ইতিমধ্যে আৰক্ষীৰ মাৰাথন জেৰাত অভিযুক্তজনে স্বীকাৰোক্তি দিয়া মতে,কেনেকৈ তেওঁ দেশৰ অন্যতম অতি সুৰক্ষিত অঞ্চল – বিমানবন্দৰত এবছৰ ধৰি বিমানযাত্ৰীৰ সোণৰ আ- অলংকাৰ সহ নানান মূল্যৱান সামগ্ৰী লুট কৰা আদি অপৰাধমূলক কাৰ্য সম্পন্ন কৰি নিবিঘ্নে পলায়ন কৰিবলৈ সক্ষম হৈছিল।

আনহাতে,দিল্লী আৰক্ষীৰ উপ- আয়ুক্ত উষা ৰংৰাণীয়ে কয় যে ধৃত লোকজনে বিমান যাত্ৰীসকলক লক্ষ্য কৰি লৈছিল। উদাহৰণস্বৰূপে, এপ্ৰিল মাহত হায়দৰাবাদৰ পৰা দিল্লীলৈ যোৱা মহিলা এগৰাকীয়ে দিল্লীৰ আই জি আই বিমানবন্দৰৰ পৰা আমেৰিকামুখী এয়াৰ ইণ্ডিয়াৰ বিমানত উঠাৰ পিছতে তেওঁ সোণৰ গহনা হৰলুকি হয় ৷ একেদৰে আমেৰিকাৰ বাসিন্দা বৰ্জিন্দৰজিৎ সিং অমৃতসৰৰ পৰা জাৰ্মানীৰ ফ্ৰেংকফৰ্টলৈ গৈ থকা সময়ত যেতিয়া বিমান খন দিল্লী বিমানত কিছু সময়ৰ বাবে ৰওঁতেই তেওঁৰ বহু মূল্যৱান সামগ্ৰী নোহোৱা হৈছিল ৷

জ্যেষ্ঠ আৰক্ষী বিষয়াজনে আৰু কয় যে, ধৃত লোকজনে বৃদ্ধ আৰু মহিলা যাত্ৰীসকলক নিজৰ লক্ষ্য হিচাপে বাছি লৈছিল আৰু বিমানবন্দৰত তেওঁলোকৰ আচৰণ নিৰীক্ষণ কৰিছিল। পৰৱৰ্তী সময়ত যাত্ৰী সকলৰ পিছে পিছে বা বেগটোৰ ভিতৰত থকা মূল্যৱান বস্তুবোৰৰ বিষয়ে অধিক সবিশেষ জানিবলৈ বেগেজ ডিক্লেৰেচন স্লিপত থকা তথ্যবোৰ সংগোপনে পঢ়িছিল।

অভিযুক্তই বিমান সংস্থাটোক নিজৰ আসন সলনি কৰিবলৈ অনুৰোধ কৰিছিল যাতে তেওঁ যাত্ৰীজনৰ কাষত থাকিব পাৰে। আৰক্ষীয়ে লগতে কয় যে তেওঁ প্ৰায়ে চুৰি কৰা যাত্ৰীজনৰ ওচৰত বহি ওভাৰহেড ছেকচনত থকা বেগবোৰ এডজাষ্ট কৰাৰ অভিনয় কৰিছিল আৰু আন যাত্ৰীসকলে বিমানখনত উঠি থকাৰ সময়তে গহনা আৰু অন্যান্য মূল্যৱান সামগ্ৰী চুৰি কৰিব পাৰে ৷

#কোন হয় এই দুৰ্ধষ ৰাজেশ কাপুৰ:

নতুন দিল্লী ৰেলৱে ষ্টেচনৰ ওচৰতে থকা দিল্লী পাহাৰগঞ্জৰ ‘ৰিকি ডিলাক্স’ নামৰ অতিথিশালাটোৰ মালিক ৰাজেশ। মানুহজন অতিথিশালাৰ তৃতীয় মহলাত থাকে, আৰু বাকী মহলাবোৰ গ্ৰাহকৰ বাবে আছিল। আৰক্ষীয়ে কয় যে তেওঁৰ দিল্লীত এখন ম’বাইল মেৰামতিৰ দোকানো আছে।

মনকৰিবলগীয়া যে,দিল্লী, চেন্নাই, হায়দৰাবাদ, চণ্ডীগড়, বাংগালুৰু, মুম্বাই, অমৃতসৰৰ দৰে বিমানবন্দৰৰ পৰা চলি থকা কেইবাটাও বিমানবন্দৰৰ পৰা তেওঁ বেছিভাগেই মহিলা যাত্ৰীৰ বেগৰ পৰা মূল্যৱান সামগ্ৰী চুৰি কৰিছিল। পাহাৰগঞ্জত থকা তেওঁৰ এই’ ৰিকি ডিলাক্স’ নামৰ অতিথিশালাটোৰ পৰা বৃহৎ পৰিমাণৰ সোণ-ৰূপৰ গহনা উদ্ধাৰ কৰে দিল্লী আৰক্ষীয়ে ৷

আৰক্ষী জেৰাত কাপুৰে এইটোও প্ৰকাশ কৰে যে কেইবাবাৰো তেওঁ চুৰি হোৱা গহনাসমূহ চুবুৰীয়া কেৰল বাগত শৰদ জৈন নামৰ এজন গহনা বিক্ৰেতাক বিক্ৰী কৰিছিল।

উল্লেখ্য যে,ৰাজেশ কাপুৰে বিমানত চুৰ কৰাৰ পূৰ্বে ৰে’লত চুৰি কৰিছিল ৷ ৰে’লত চুৰি কৰাৰ সময়তে আৰক্ষীৰ হাতত আটক হয় ৷ কিছুদিন এনে কামৰ পৰা আঁতৰি থাকি পিছত বিমানবন্দৰত চুৰিৰ পৰিকল্পনা কৰাৰ সিদ্ধান্ত লয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Delhi PoliceRobbers Arrestedrobbing passengers of jewelry at airport
publisher

publisher

Related Posts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

September 25, 2026
এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ
Entertainment

এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

September 25, 2026
চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন
India

চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

September 25, 2026
অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক
India

অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

September 25, 2026
J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
India

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
Assam

APCC Protest:ভোট চুৰিৰ বিৰুদ্ধে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত প্ৰদেশ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d