Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

    চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

    দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Loksabha Election 2024 In WB:মমতাৰ বংগত এইবাৰ পুনৰ পদুম ফুলাবলৈ সক্ষম হ’বনে !

তৃণমূলৰ অদম্য ঘাটি দক্ষিণ বংগত বিজেপিয়ে ছদ্মবেশে প্ৰক্ষেপ কৰিছে নিৰ্দলীয় প্ৰাৰ্থী

publisher by publisher
May 14, 2024
in India, News
Reading Time: 2 mins read
0
Loksabha Election 2024 In WB:মমতাৰ বংগত এইবাৰ পুনৰ পদুম ফুলাবলৈ সক্ষম হ’বনে !
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Suvendu Adhikari will be the new CM of WB:শুভেন্দূ অধিকাৰী হ’ব বংগৰ মুখ্যমন্ত্ৰী

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

Loksabha Election 2024 In WB:

মমতাৰ বংগত এইবাৰ পুনৰ পদুম ফুলাবলৈ সক্ষম হ’বনে বিজেপি ৷ এনে প্ৰেক্ষাপটত গেৰুৱা দলটোৱে পূবৰ আসনৰ লগতে আৰু নতুন আসন নিজৰ দখললৈ আনিবলৈ এইবাৰ কেতবোৰ ৰণকৌশল যুগুত কৰিছে ।

ADVERTISEMENT

সেই অনুসৰি গেৰুৱা দলটোৱে তৃণমূলৰ অদম্য ঘাটি ৰূপে পৰিচিত দক্ষিণ বংগৰ জিলাকেই খনৰ লোকসভা আসনত একাধিক নিৰ্দলীয় প্ৰাৰ্থী  অৱতীৰ্ণ কৰাই নিৰ্বাচনত যুঁজিবলৈ চেষ্টা কৰিছে।

এনে কৌশলৰ আঁৰৰ কাৰণ সন্দৰ্ভত জনা যায় যে সংখ্যালঘু প্ৰধান অঞ্চলত বুথ এজেণ্ট স্থাপন কৰাটোৱেই বিজেপিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান। ভোটগ্ৰহণৰ দিনটোত বুথ অনুষ্ঠিত কৰিবলৈ নিৰ্দলীয় প্ৰাৰ্থীৰ ওপৰত নিৰ্ভৰ কৰিব বিচাৰিছে দলটোৱে। এই ক্ষেত্ৰত বিজেপি নেতৃত্বই কোনো বাহ্যিক ব্যক্তিক ব্যৱহাৰ কৰা নাই, সংগঠনত থকা আৰু ভোটগ্ৰহণৰ অভিজ্ঞতা থকা লোকক ব্যৱহাৰ কৰিছে। অৱশ্যে কিছুমান ক্ষেত্ৰত নিৰ্দলীয় প্ৰাৰ্থীৰ পৰিচয় গোপনে ৰখা হৈছে বুলি বিজেপিৰ এক সূত্ৰই জানিবলৈ দিয়ে।

যাদৱপুৰ লোকসভা সমষ্টিত বিজেপিৰ অনিৰ্বান গংগোপাধ্যায়ৰ বিৰুদ্ধে তৃণমূল প্ৰাৰ্থী ছায়নী ঘোষৰ বিৰুদ্ধে যুঁজ দিছে। এই সমষ্টিত বিজেপিয়ে ছদ্মবেশত তিনি নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে অৰুণ সৰকাৰ, শংকৰ মণ্ডল আৰু অৱনীকুমাৰ মণ্ডলক প্ৰক্ষেপ কৰিছে। ইফালে ২০২১ৰ বিধানসভা নিৰ্বাচনত সোণাৰপুৰ দক্ষিণ সমষ্টিত পুনৰ বিজেপি প্ৰাৰ্থী অঞ্জনা বসুৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দিছিল অৰুণে।

২০১৬ চনত ভাংগাৰ বিধানসভাৰ বিজেপিৰ প্ৰাৰ্থী আছিল অৱনী। একেদৰে বৰাছাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী স্বপন মজুমদাৰে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছিল এজন অভিজ্ঞ বিজেপি কৰ্মীক। সেই কেন্দ্ৰত সুমাই হীৰা নামৰ বিজেপি নেতাক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। লগতে বিজেপিয়ে আৰু এজন ব্যক্তিক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

কেইবাটাও ক্ষেত্ৰত বিজেপিয়ে নিৰ্দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে যদিও কিছুমান সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হোৱা নাই। বাছিৰহাট, মথুৰাপুৰ, উলুবেৰিয়া, জয়নগৰৰ দৰে তৃণমূলৰ ‘দুৰ্গ’ৰ ছদ্মবেশ পিন্ধা প্ৰাৰ্থী কোন সেয়া গোপন কৰি ৰখা হৈছে। তৃণমূলৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজেপি নেতা অভিজিৎ দাস (ববী)ৰ।

ডাইমণ্ড হাৰ্বাৰ সাংগঠনিক জিলা বিজেপিৰ উপ-সভাপতি চুফাল ঘাটুৱে কয়, “অৱশ্যেই আমাৰ ডাইমণ্ড হাৰ্বাৰত এজনতকৈ অধিক নিৰ্দলীয় প্ৰাৰ্থী থাকিব, কিন্তু তেওঁলোকৰ নাম আৰু ঠিকনা গোপন কৰি ৰখা হৈছে।” আমাৰ দলৰ হৈ নিৰ্দল প্ৰাৰ্থী কোন সেইটো তৃণমূলে জানিব পাৰিলে সেই প্ৰাৰ্থী আৰু তেওঁৰ পৰিয়ালৰ ওপৰত নানান আক্ৰমণ হ’ব।

গতিকে আমি নিৰ্দলীয় প্ৰাৰ্থী অৱতীৰ্ণ কৰিলেও আমি তেওঁলোকৰ বিষয়ে কোনো তথ্য সংবাদ মাধ্যমক নিদিওঁ।’অৱশ্যে কেৱল ভোটদানৰ দিনাই নহয়, ভোটগণনাৰ দিনতো এই নিৰ্দলীয় প্ৰাৰ্থী পদ্ম শিবিৰৰ বাবে উপযোগী হ’ব বুলি বংগৰ ৰাজনৈতিক বিশেষজ্ঞ এটা অংশই ভাবে। কাৰণ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অভিজ্ঞতাৰ অভাৱত বিজেপিৰ বহু গণনা এজেণ্টে গণনা কেন্দ্ৰ এৰিলে, বা দলৰ বাবে শেষ ৰক্ষা কৰিব নোৱাৰিলে। সেয়ে ৰাজ্যৰ পদ্ম শিবিৰৰ শীৰ্ষ নেতৃত্বৰ এটা অংশই অনুভৱ কৰিছে যে বিজেপিয়ে তিনি বছৰৰ আগৰ দুৰ্ভাগ্যজনক পৰাজয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি শেহতীয়াকৈ এই কৌশল গ্ৰহণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPIndependent CandidateLoksabha Election 2024TMCWEST BENGAL
publisher

publisher

Related Posts

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

September 5, 2026
শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক
Assam

শদিয়াত ২২টা মৃত ভাটো সহ দুই যুৱকক আটক

September 5, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!

September 5, 2026
দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’
Entertainment

দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

September 5, 2026
অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে
International

অচিৰে এক লাখ কৰ্মচাৰীক ছাটাই কৰিব ফক্সৱাগনে

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান
Assam

দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d