বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাস (পাঠক)ৰ যোৱা নিশা ২-৩০বজাত বৰপেটাত পৰলোকপ্ৰাপ্তি ঘটে । দীৰ্ঘদিন তেঁও অসুস্থ হৈ আছিল । কেইমাহমানৰ আগতে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ হৈছিল। এক সুললিত কণ্ঠৰ গৰাকী বাপজনা বিখ্যাত বীৰনামৰ যশস্বী শিল্পী আছিল । তেঁওৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে। লগতে অসম সত্ৰ মহাসভাই শোক প্ৰকাশ কৰিছে।
বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া নৱজিৎ দাসৰ দেহাৱসান
-
By publisher

Related Content
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
By
publisher
April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
By
publisher
April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
By
publisher
April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা 'মহাবীৰ একুৱা' বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
By
publisher
April 29, 2026
Batadrava Than Pressmeet:১ মে'ত বটদ্ৰৱাত অনুষ্ঠিত হ'ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
By
publisher
April 29, 2026